Spread the love

[ad_1]

খেল মহাৰণত মুঠ ৫ধৰণৰ খেল অনুষ্ঠিত হ’ব, সেয়া ক্ৰমে- এথলেটিকছ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ), ফুটবল, ভলীবল, কাবাদী আৰু খো খো৷ খেলসমূহ ১৯ বছৰ অনুৰ্দ্ধ (পুৰুষ), ১৯ বছৰ অনুৰ্দ্ধ (মহিলা), ১৯ বছৰ উৰ্দ্ধৰ (পুৰুষ) আৰু ১৯ বছৰ উৰ্দ্ধৰ (মহিলা) এই ৪টা শাখাত অনুষ্ঠিত হ’ব ৷ খেলসমূহ প্ৰথমতে গাঁও পঞ্চায়ত আৰু গুৱাহাটী পৌৰ নিগমৰ ক্ষেত্ৰত ৱাৰ্ড পৰ্যায়ত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে দুয়োয়ে ৷

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed