Spread the love

[ad_1]

নিৰ্দেশনাত সোৱণশিৰি নদীৰ অৱবাহিকা আৰু নামনি অংশত বসবাস কৰা গ্ৰামবাসী ৰাইজক নদীৰ বুকুত মাছ চিকাৰ কৰা, স্নান কৰা, নাও চলোৱা, সাঁতোৰা আদি কাৰ্যৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে। তাৰোপৰি গ্ৰামবাসী ৰাইজক তেওঁলোকৰ পোহনীয়া পশুধন যেনে- গৰু ,ম’হ, মেথোন ,গাহৰি , ছাগলী ,কুকুৰ আদিক নদীৰ পাৰৰ পৰা আঁতৰাই ৰখাৰ বাবেও পৰামৰ্শ দিছে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *