Spread the love

হাইলাকান্দিত অঘটন। কৰ্মৰত অবস্থাত এজন ছিআৰপিএফ Sub Inspector -ৰ গুলিবিদ্ধ মৃতদেহ উদ্ধাৰ।ৰহস্যজনক মৃত্যু।

 

মৃত্যু চিআৰপিএফ জোৱান জনৰ নাম ভবেশ্বৰ ৰয় । চিআৰপিএফ-ৰ ১০/ডি বেটালিয়নত কৰ্মৰত আছিল ৫৭ বছৰীয়া Bhudeshar Roy।
পুলিচৰ বাহনত গুলিবিদ্ধ অবস্থাত মৃতদেহ উদ্ধাৰ। আৰক্ষীৰ তদন্ত আৰম্ভ। হত্যা, আত্মহত্যা নে অসাবধানতাৰ ফলত নিজৰ সাৰ্ভিছ ৰাইফলৰ গুলিৰে নিহত হ’ল Bhudeshar। এই বিষয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
মৃত Bhudeshar ঘৰ বৰপেটা জিলাত।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *