Spread the love

[ad_1]

হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ সমবায় সমিতিৰ সমীপত থকা প্ৰদীপ স্বাহ নামৰ গেলামাল ব্যৱসায়ীজনৰ দেওবাৰে পুৱতি নিশা প্ৰায় ২.১০ বজাত তেওঁৰ তিনিখনকৈ দোকান ভস্মীভূত হয়। ফলত কেইবালক্ষাধিক টকাৰ সম্পত্তি ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *