Spread the love

[ad_1]

কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ভূপেন বৰা এজন লুভীয়া মানুহ। লোভেই পাপ, পাপেই মৃত্যু। কাজিৰঙা লোকসভা সমষ্টিত যদি ভূপেন বৰাই প্ৰতিদ্বন্দিতা কৰে ৩ লাখ ভোটৰ ব্যৱধানত চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত পৰাজয় বৰণ কৰিব। আগন্তুক নিৰ্বাচনত ভূপেন বৰা ৰাজনৈতিকভাৱে মৃত্যু হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।

এই সভাত সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোহাঁই, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোহাঁই সহিতে ৰাজ্যিক, জিলা, মণ্ডল, বুথৰ কাৰ্যকৰ্তা সহিতে ৰাইজ উপস্থিত থাকে।

[ad_2]


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *