Spread the love

 

ৰাজ্যৰ চৌদিশে অব্যাহত আছে ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ

ব্যতিক্ৰম নহয় গোৰেশ্বৰৰ বেতনাবাসী ৷

 

শনিবাৰে বৰ্ণাঢ্য কাৰ্যসুচীৰে বেতনা অৰুণোদয় সংঘৰ সৌজন্যত অনুষ্ঠিত হয় বেতনা আঞ্চলিক ৰঙালী বিহু উৎসৱ ।

 

বেতনা হাইস্কুল খেলপথাৰৰ বাকৰিত অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োই ৷

 

 

ইপিনে মুকলি বিহু প্ৰতিযোগিতাত কেবাটাও বিহু দলে কৰিছে অংশগ্ৰহণ ৷

 

ৰাজ্যৰ চৌদিশে অব্যাহত আছে ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ৷বিহুৰ আনন্দত মতলীয়া সকলো ৷ বিহুতলীৰ বাকিৰত পাৰভঙা উচাহ ৷ব্যতিক্ৰম নহয় গোৰেশ্বৰৰগোৰেশ্বৰৰ বেতনাবাসী ৷ শনিবাৰে বৰ্ণাঢ্য কাৰ্যসুচীৰে বেতনা অৰুণোদয় সংঘৰ সৌজন্যত অনুষ্ঠিত হয় বেতনা আঞ্চলিক ৰঙালী বিহু উৎসৱ ।কাৰ্যসূচী মৰ্মে বিহু পতাকা উত্তোলন, স্মৃতি তৰ্পন আৰু বৃক্ষৰোপন কাৰ্যসূচী সমাপন কৰা হয়। দিনৰ ভাগত বজাত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। ইপিনে বেতনা হাইস্কুল খেলপথাৰৰ বাকৰিত অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়োই ৷প্ৰতিযোগিতাত কেবাটা বিহু দলে অংশগ্ৰহণ কৰে। আনহাতে মুকলি বিহু বাকৰিত কেবাজনো বিশিষ্ট ব্যক্তি উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *

You missed