Category: কাকোপথাৰ

কাকপথাৰত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ; তিনিজনক আটক namoniassam.com

ড্ৰাগছৰ অবৈধ সৰবৰাহৰ এক গোপন সূত্ৰৰ পম খেদি অসম এছটিএফে ড্ৰাগছ সৰবৰাহকাৰী সকলক কৰায়ত্ত কৰাৰ‌ লক্ষ্যৰে ২৭ আগষ্টত তিনিচুকীয়া জিলাত এক অভিযান চলায়। তিনিচুকীয়া জিলা আৰক্ষীৰ এটা দলেও এই অভিযানত…