Category: চতিয়া

প্ৰতিবাদকাৰীৰ কাষত থিয় হৈ বিদ্যুতৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি বিধায়কৰ namoniassam.com

News Update: অৱশেষত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা প্ৰতিবাদ স্থলীত উপস্থিত হৈ ৰাইজৰ বিদ্যুতৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ৷ অনিয়মীয়া বিদ্যুত যোগান তথা সঘনাই বিদ্যুৎ কৰ্তনত অতিষ্ঠ হৈ অঞ্চলটোৰ সহশ্ৰাধিক…