Category: AMGURI

আমগুৰিত কুকুৰা পালকৰ মাজত হাহাকাৰ অৱস্থা namoniassam.com

নামতি : আমগুৰিত কুকুৰা পালকৰ মাজত হাহাকাৰ অৱস্থা। দানা-ঔষধৰ অভাৱত হাজাৰ হাজাৰ কুকুৰা মৃত্যুৰ মুখলৈ গতি কৰিছে। এই সন্দৰ্ভত জাঁজী ভেলী সমবায় সমিতিৰ বিৰুদ্ধে কুকুৰা পালকক প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰে।