Category: Barpeta

বৰপেটাত AIUDF দলৰ গৰা- খহনীয়া।

*বৰপেটাত AIUDF দলৰ গৰা- খহনীয়া* 👉AIUDFৰ প্ৰতিষ্ঠাপক নেতা তথা AIUDFৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ইলিমউদ্দিন দেৱানৰো কংগ্ৰেছত যোগদান ৷ ইলিমউদ্দিন দেৱানে ২০১১ চনত চেঙাৰ পৰা AIUDF প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল…

বৰপেটা লোকসভা সমষ্টি কংগ্ৰেছ দলৰ বিশাল নিৰ্বাচনী সভা।

বৰপেটা লোকসভা সমষ্টি কংগ্ৰেছ দলৰ বিশাল নিৰ্বাচনী সভা। হেলিকপ্টাৰে নিৰ্বাচনী প্ৰচাৰ চলাই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক নাজিম জাবেদ , সৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ বৰপেটা সমষ্টিৰ বিধায়ক আব্দৰ…

সৰভোগৰ পূৱ সাহাপুৰৰ গাঁৱৰ শাহাদত আলী লাখপতি হ’ল কেনেকৈ?

সৰভোগৰ সাহাপুৰৰ এজন ব্যক্তিয়ে গণৰাজ্য দিৱস উপলক্ষে খুদনাবাৰী নৱ মিলন এন্ড লাইব্ৰেৰীৰ সাহায্যাৰ্থে আয়োজন কৰা এখন বিশেষ উপহাৰ কুপন খেলত পূৱ সাহাপুৰৰ শাহাদত আলীয়ে প্ৰথম পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।…

সৰভোগৰ মেদা গাঁৱৰ যুৱক মিতুল আলি নিৰুদ্দেশঃ

সৰভোগৰ মেদা গাঁৱৰ যুৱক মিতুল আলি নিৰুদ্দেশঃ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত মেদা গাঁৱৰ নিবাসী আব্দুল মান্নাফ আলি আৰু ইলিজা বেগমৰ প্ৰায় ৩২ বছৰীয়া পুত্ৰ সন্তান দেওবাৰৰ পৰা নিৰুদ্দেশ…

নিৰুদ্দিষ্ট আৰক্ষী পুত্ৰৰ ফটো বুকুত সাবটি মৃত্যুক আকোঁৱালি ল’লে মাতৃয়ে namoniassam.com

দৌলাশাল : প্ৰায় আঢ়ৈ বছৰে সন্ধানহীন হৈ থকা আৰক্ষী পুত্ৰৰ শোকত পুত্ৰৰ ফটো বুকুত সাবটি মৃত্যুক আকোঁৱালি ল’লে নলবাৰী জিলাৰ দৌলাশালৰ পাৰ্বতী ডেকাই । পুত্ৰ নিৰুদ্দেশ হোৱা দুখৰ বোজা সহিব…

আঘাতপ্ৰাপ্ত অৱস্থাত মৃতদেহ উদ্ধাৰ,সৰুপেটাত ব্যৱসায়ীক হত্যাৰ সন্দেহ… namoniassam.com

ডিজিটেল ডেস্কঃ বজালীৰ সৰুপেটাত ব্যৱসায়ীক হত্যাৰ সন্দেহ। দীনেশ বণিক্য নামৰ ব্যৱসায়ীজনক হত্যাৰ সন্দেহ পৰিয়ালৰ। সোমবাৰে নিশা সৰুপেটাৰ বাটুৱাত মথাউৰি আহত অৱস্থাত উদ্ধাৰ হৈছিল বণিক্যক।খবৰ পাই পৰিয়ালৰ লোকে ততালিকে হাস্পতালত ভৰ্তি…

পত্নী আৰু কন্যাক কোঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ঋষভ দাসে namoniassam.com

বৰপেটা, ১৩ অক্টোবৰ, ২০২৩ : এক নৃশংস হত্যাকাণ্ড। পত্নী আৰু কন্যাক কোঠাৰেৰে ঘপিয়াই হত্যা কৰিলে ঋষভ দাসে। এই নৃশংস হত্যাকাণ্ডই (Sensational Murder) তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। এই নৃশংস হত্যাকাণ্ডৰ…

চিআৰপিএফ জোৱান গোলাপ হুছেইনৰ জানাজা সম্পন্ন namoniassam.com

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ গোলাপ হুছেইনৰ ঘৰত কান্দোনৰ ৰোল। কৰ্তব্যৰত অৱস্থাতেই মৃত্যু হৈছিল চিআৰপিএফ জোৱান গোলাপ হুছেইনৰ। উল্লেখযোগ্য যে গোলাপ হুছেইন চিআৰপিএফৰ বি/১৪২ গোলাঘাট বেটেলিয়নত কৰ্মৰত আছিল। যোৱা মঙলবাৰে দিনৰ…