Category: Bokajan

সেনা আৰক্ষীৰ অভিযানত পশ্চিম ইম্ফল জিলাৰ পৰা বৃহৎ সংখ্যক মাৰণাস্ত্ৰ জব্দ… namoniassam.com

বেকাজানঃ আছাম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে আজি বিশেষ খবৰ ভিত্তিত ইম্ফল পশ্চিম জিলা আৰক্ষী থানাৰ অন্তৰ্গত কামেং, খামৰাণ আৰু মানা ইংখোল গাঁৱত অভিযান চলাই বৃহৎ সংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম…

মণিপুৰত উত্তেজিত জনতাৰ আক্ৰমণ বলি ৰাজ্যিক বিজেপিৰ সভাপতি শৰদা দেবীঃ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ঘৰত আক্ৰমণ… namoniassam.com

বেকাজানঃমণিপুৰত কালিৰে পৰা অব্যাহত থকা ছাত্ৰ প্ৰতিবাদে আজি নিশা ৯ বজাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰাপ্ত খবৰৰ মতে ইম্ফলৰ মইৰাংখোমত ইম্ফল ইষ্ট পুলিচৰ জিপ্সী বাহনত উত্তেজিত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে। উত্তেজিত…

মিজোৰামত ১৮০০ ৰাউণ্ড একে-৪৭ গুলীসহ দুজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ namoniassam.com

বোকাজানঃ আসাম ৰাইফলচ আৰু মিজোৰাম আৰক্ষীৰ সফলতা। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আছাম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীয়ে যৌথ অভিযান চলাই মঙলবাৰে বৃহৎ সংখ্যক একে ৪৭ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰামতে…

মণিপুৰৰ গণ সমাৱেশত সংঘৰ্ষ, সাংবাদিককে ধৰি ২৫ জন আহত namoniassam.com

বেকাজানঃ মণিপুৰৰ বিষ্ণুপুৰ জিলাত মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিৰ গণ সমাৱেশ। এই সমাৱেশক ছত্ৰভংগ কৰাবলৈ নিৰাপত্তা বাহিনীয়ে নিক্ষেপ কৰা কন্দুৱা গেছ আৰু ম’ক বোমাৰ কাণ্ডত বুধবাৰে এজন সাংবাদিকসহ কমেও ২৫ জন…

মিজোৰামৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ ১০ কুকি বিধায়ক-নাগৰিক সমাজৰ namoniassam.com

বেকাজানঃ মণিপুৰৰ দহ গৰাকী কুকি বিধায়ক আৰু নাগৰিক সমাজ সংগঠন (চি এছ অ’) আৰু ছাচপেনচন অৱ অপাৰেচন (এছ অ’ অ’) গোটে বুধবাৰে আইজলত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাক সাক্ষাৎ কৰে। শেহতীয়াকৈ মণিপুৰত…

ইটানগৰ আৰক্ষী বৃহৎ সাফল্যঃ ৫৩ খন চুৰি দুচকীয়া বাহনসহ উদ্ধাৰ, ৪ জন গ্ৰেপ্তাৰ namoniassam.com

বেকাজানঃ অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ বৃহৎ সফলতা। বুধবাৰে ইটানগৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে ৫৩ বাইক-স্কুটি । আজি অধীক্ষক কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ইটানগৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে প্ৰকাশ কৰে…

মণিপুৰৰ মানৱ অধিকাৰ উলংঘাক লৈ ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞৰ উদ্বিগ্নতা প্ৰকাশ namoniassam.com

বোকাজান : প্ৰায় ৩মাহ ধৰি চলি থকা গোষ্ঠীগত সংঘৰ্ষত বিধ্বস্ত হোৱা মণিপুৰত মানৱ অধিকাৰৰ ভয়াৱহ উলংঘনক লৈ উদিগ্নতা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে। মণিপুৰত মানৱ অধিকাৰ উলংঘা কৰাৰ কাৰ্যসমূহৰ ভিতৰত যৌন…