Category: Botatdroba

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত চাইকেল আৰোহী গুৰুতৰভাৱে আহত namoniassam.com

বটদ্ৰৱা : নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বটদ্ৰৱাৰ ভোমোৰাগুৰিত বুধবাৰে বিয়লি তীব্ৰবেগী AS 31-C-0153 নম্বৰৰ ডাম্পাৰৰ খুন্দাত এজন চাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়। লগে লগে স্থানীয় লোকৰ তৎপৰতাত আহত…

সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত শ্ৰীমদ্ভাগৱত পাঠ শ্ৰৱণ কীৰ্ত্তন namoniassam.com

বটদ্ৰৱা : বটদ্ৰৱাৰ সমীপৱৰ্তী শিঙিয়া দলনি সাৰ্বজনীন শ্ৰীশ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত শুকুৰবাৰৰ পৰা ৩দিনীয়া কাৰ্য্যসূচীৰে শ্ৰীমদ্ভাগৱত পাঠ শ্ৰৱণ কীৰ্ত্তন অনুষ্ঠিত হৈছে। ৩ নৱেম্বৰৰ পুৱা গায়ন-বায়ন, আইসকলৰ মংগল উৰুলিৰ মাজৰে…

নগাঁৱৰ পশ্চিমাঞ্চলৰ বজাৰত পিঁয়াজৰ মূল্য প্ৰতি কিলোত হ’লগৈ ৭০ টকা… namoniassam.com

বটদ্ৰৱাঃ ৰাজ্যত মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ সময়তে পুনৰ বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিভিন্ন বজাৰসমূহত বৃহস্পতিবাৰে পিয়াজৰ মূল্য ৭০ টকাৰ পৰা ৮০ টকা হোৱাৰ ফলত বজাৰত গ্ৰাহকসকলে হাহাকাৰত…

বটদ্ৰৱা থানত উপস্থিত অসম জাতীয় পৰিষদৰ “এক অসম যাত্ৰা” namoniassam.com

উল্লেখ্য যে, এই যাত্ৰাত লুৰীণজ্যেতি গগৈৰ সৈতে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ উপ সভাপতি ছমচেৰ সিং, মহিলা সাংগঠনিক সম্পাদিকা অৱন্তিকা দেৱী, সদস্যা ৰূপালী বৰদলৈ, নগাঁও জিলা সমিতিৰ সভাপতি পুলিন হাজৰিকা,…

উখল মাখল বটদ্ৰৱা থানঃ সামৰণি পৰিল ভাদ মাহীয়া নাম মহোৎসৱ namoniassam.com

বটদ্ৰৱাঃ সমগ্ৰ মাহজোৰা নাম ৰখা পৰম্পৰাৰ অন্তত সোমবাৰে বটদ্ৰৱা থানত ভাদ মাহৰ নাম সামৰণি মহোৎসৱ উদযাপন কৰা হয়। কীৰ্তনঘৰত নাম সামৰণিৰ বিশেষ কাৰ্যসূচী অনুসৰি ঘোষা কীৰ্তন অনুষ্ঠিত কৰে।

বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ ৱেবছাইট মুকলি… namoniassam.com

News Update: বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সভাগৃহত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত আজি গৱেষণা প্ৰতিষ্ঠানটোৰ ৱেবছাইট মুকলি কৰা হয়। প্ৰতিষ্ঠানৰ অধ্যক্ষ শিক্ষাবিদ তথা গৱেষক, পণ্ডিত ড০ নৰেন কলিতাই কম্পিউটাৰৰ বুটাম…

বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী GMCHত চিকিৎসাধীন namoniassam.com

বটদ্ৰৱাঃ বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী দেওবাৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে। একেধাৰে গায়ন বায়ন, ভাওনাৰ সুদক্ষ অভিনেতা তথা সুবক্তা সত্ৰাধিকাৰ গৰাকীয়ে বিগত দহ বছৰ…

পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত ধিং মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোটৰ কৰ্মবিৰতি কাৰ্য্যসূচী namoniassam.com

বটদ্ৰৱা : অসম কলেজ শিক্ষক সন্থাৰ আহ্বান অনুসৰি নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোটে মঙলবাৰৰ পৰা দুদিনীয়াকৈ কৰ্মবিৰতি আৰু প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছে। এই প্ৰতিবাদী কাৰ্য্যসূচীত নতুন পেঞ্চন নীতি বাতিল…