Category: Business

গাড়ীত দেখা দিছে ত্ৰুটী! ৭.৫১ লাখ SUV ঘুৰাই নিয়াৰ সিদ্ধান্ত Toyotaৰ namoniassam.com

একে সময়তে ৭ লাখ ৫১ হাজাৰ গাড়ী ঘূৰাই নিছে টয়োটাই। এই ঘটনা সংঘটিত হৈছে আমেৰিকাত। বাতৰি অনুসৰি, গাড়ীৰ সন্মুখৰ বাম্পাৰ কভাৰ ধৰি ৰখা ‘টেব’ত সমস্যা আছে। সেই সমস্যা সমাধানৰ বাবে…