Category: Choraideo

১৩ নৱেম্বৰত চৰাইদেউ জিলাত স্থানীয় বন্ধ ঘোষণা namoniassam.com

উক্ত দিনা ৰাজহ আৰু দণ্ডাধীশ আদালত, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠানকে ধৰি সকলো ৰাজ্য চৰকাৰৰ কাৰ্যালয় বন্ধ থাকিব। অৱশ্যে জৰুৰীকালীন সেৱা আৰু বিভিন্ন ধৰণৰ পৰীক্ষা, লিখিত পৰীক্ষা, সাক্ষাৎকাৰ আদি আনুষংগিক সেৱাৰ সৈতে…

৫ নবেম্বৰত চৰাইদেউত বৰগোহাঞি বংশাৱলীৰ বিশেষ প্ৰতিনিধি সভা… namoniassam.com

অহা ৫ নবেম্বৰত চৰাইদেউ জিলাৰ পৰ্যটন নিগমৰ চ্যুকাফা অতিথি শালাত ( চৰাইদেউ মৈদামৰ প্ৰৱেশ পথৰ ওচৰত) সদৌ বৰগোহাঞি বংশাৱলীৰ এখনি গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা আহ্বান কৰা হৈছে। বৰগোহাঞি বংশাৱলীৰ মথুৰাপুৰ আৰু…

ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত ইউনেস্কোৰ পৰ্যৱেক্ষক namoniassam.com

ইউনেস্কৰ প্ৰতিনিধি গৰাকীক আদৰিবলৈ ঐতিহাসিক মৈদামক্ষেত্ৰত এক উখলমাখল পৰিবেশ সৃষ্টি হয়।বিশেষজ্ঞ গৰাকীক মৈদাম ক্ষেত্ৰত আহি উপস্থিত হোৱাৰ লগে লগে তেওঁক কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগ, ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগ, পূৰ্বাঞ্চল টাই সাহিত্য সভা,…

বিশ্ব ঐতিহ্য স্বীকৃতি সন্দৰ্ভত চৰাইদেউ আৰু শিৱসাগৰৰ প্ৰশাসনৰ সংবাদমেল namoniassam.com

সংবাদমেলৰ জৰিয়তে প্ৰশাসনে বিভিন্ন জাতীয় দল-সংগঠনৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷ সংবাদমেলত চৰাইদেউ জিলাৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, শিৱসাগৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ,অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালক…

এক অসম যাত্ৰাঃ চৰাইদেউত উপস্থিত অসম জাতীয় পৰিষদৰ নেতৃত্ব… namoniassam.com

চৰাইদেউঃ মঙলবাৰে সন্ধিয়া চৰাইদেউ মথুৰাপুৰত উপস্থিত হয় অসম জাতীয় পৰিষদৰ নেতৃত্বত ৷ নিশটো ইয়াতে পাৰ কৰি সমন্বয়ৰ বাৰ্তাৰে বুধবাৰে এই দলটোৱে চৰাইদেউৰ পৰা পুনৰ আৰম্ভ কৰিব ‘এক অসম যাত্ৰা’ কাৰ্য্যসূচী।…

চৰাইদেউত ৱাটাৰ পল’ প্ৰতিযোগিতা namoniassam.com

প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ সভাপতি অৰুণ গগৈয়ে। উদ্বোধন কৰি ২০২১ চনৰ ২০ ছেপ্টম্বৰ তাৰিখে প্ৰথমবাৰৰ বাবে এই আটাল পুখুৰীত ৱাটাৰ পল’ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল বুলি তেখেতে…

বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষিত হ’ব নে চৰাইদেউ! ৭ অক্টোবৰত চৰাইদেউলৈ ইউনেস্ক’ৰ দল namoniassam.com

আহোমৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঘোষণাৰ বাবে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলি আহিছে। এনে চৰ্চাৰ মাজতে অহা ৭ অক্টোবৰত চৰাইদেউ পৰিদৰ্শন কৰিব ইউনেস্ক’ৰ এটা বিশেষজ্ঞ দলে। এই বিশেষজ্ঞ…

শনিবাৰে চৰাইদেউ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস namoniassam.com

মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া দিৱসৰ সৈতে সংগতি ৰাখি পুৱা ক্লাবৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু গছপুলি বিতৰণ কৰা হব ৷ দুপৰীয়া সাংবাদিসকলৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰংগ আলাপ, মুকলি…

চৰাইদেউত আটছাৰ সংবাদমেল namoniassam.com

চৰাইদেউঃ চৰাইদেউত আটছাৰ Pressmeet। পশ্চিম বংগৰ দাৰ্জিলিং অৰ্গেনিক টি ইষ্টেট প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ মালিকানাধীন চৰাইদেউ পৰ্বত চাহ বাগিচাত যোৱা ২৯ জুলাইত বাগিচাখনৰ কৰ্তৃপক্ষই অনিৰ্দিষ্টকাললৈ লক আউট ঘোষণা কৰে। ফলত…