Category: Crime

মহানগৰীৰ পঞ্চতাৰকা হোটেলৰ ৯২২ নম্বৰ কোঠাত কি কি হৈছিল সুন্দৰী অঞ্জলি আৰু সন্দীপৰ মাজত? namoniassam.com

সমগ্ৰ দেশ জোকাৰিছে গুৱাহাটীত পুনেৰ ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেৰ হত্যাকাণ্ডই। মহানগৰ আয়ুক্তৰ সংবাদমেলত ৰেডিশ্বন ব্লুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য। দুই প্ৰেমিক-প্ৰেমিকা অঞ্জলি আৰু বিকাশে মিলি হত্যা কৰিছিল ব্যৱসায়ী সন্দীপ সুৰেশ কাম্বলেক।…

কিশোৰীক দলবদ্ধ ধৰ্ষণ, আটক মহিলাসহ ৫ জন – namoniassam.com

দেশৰ ৰাজধানী দিল্লীৰ পৰা এক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীয়ে দেওবাৰে জনাই এই কথা। আৰক্ষীয়ে জনোৱা অনুসৰি দিল্লীৰ সদৰ বজাৰত এগৰাকী মহিলাই ১২ বছৰীয়া এগৰাকী কিশোৰীক ফুচলাই নিৰ্জন ঠাইলৈ…

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ হেৰ’ইন, সোণ, অবৈধ চিকিৎসা সঁজুলিঃ পাঁচজনক গ্ৰেপ্তাৰ namoniassam.com

গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’লৱে আৰক্ষী আৰু ৰে’লৱে সুৰক্ষা বাহিনীৰ যৌথ প্ৰচেষ্টাত বিফল হৈছে একাধিক চোৰাং ব্যৱসায়ৰ চেষ্টা। ৰে’লৱে আৰক্ষী আৰু ৰে’লৱে সুৰক্ষা বাহিনীৰ তৎপৰতাত গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ হৈছে নিষিদ্ধ…

চাঞ্চল্য! ভূপালৰ অবৈধ আশ্ৰয় গৃহৰ পৰা নিৰুদ্দেশ ২৬ গৰাকী কিশোৰী namoniassam.com

মধ্যপ্ৰদেশৰ ভূপালস্থিত অবৈধভাৱে পৰিচালিত এক আশ্ৰয় গৃহৰ পৰা নিৰুদ্দেশ হৈছে ২৬ গৰাকীকৈ কিশোৰী। এই ঘটনাই এতিয়া তোলপাৰ লগাইছে ৰাজ্যখন। প্ৰকাশিত খবৰ অনুসৰি, নেশ্যনেল কমিছন ফৰ প্ৰটেকচন অৱ চাইল্ড ৰাইটছৰ অধ্যক্ষ…

মৰ্মান্তিক! দেৰগাঁৱত বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত কমেও ১২ জন নিহত, আহত ২৫ জন namoniassam.com

বুধবাৰে পুৱাৰ ভাগত গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপত এখন ট্ৰাকৰ সৈতে এখন যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ ঘটে। এই ঘটনাত কমেও ১২ জন লোকৰ মৃত্যু হোৱা বুলি কোৱা হৈছে যাৰ ভিতৰত পাঁচগৰাকী…

চাকৰি দিয়াৰ নামত ধৰ্ষণ ৫৬ বছৰীয়া মহিলাক; গ্ৰেপ্তাৰ অভিযুক্ত namoniassam.com

চাকৰিৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ কৰিলে ৫৬ বছৰীয়া এগৰাকী মহিলাক। অভিযোগৰ ভিত্তিত অভিযুক্ত ফিৰদৌছ আলীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ১৩ ডিচেম্বৰত কেৰালাৰ এৰ্নাকুলামত এই ঘটনা সংঘটিত হৈছিল। মহিলাগৰাকীয়ে চাকৰি…

চিনাকী লোকৰেই ধৰ্ষণৰ বলি হয় অধিকাংশ মহিলা : এনচিআৰবিৰ প্ৰতিবেদন namoniassam.com

শেহতীয়াকৈ প্ৰকাশ পাইছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো (এন চি আৰ বি)ৰ ক্ৰাইম ইন ইণ্ডিয়া ২০২২ৰ প্ৰতিবেদন। এই প্ৰতিবেদনত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত অপৰাধ কাণ্ডৰ তথ্য সন্নিবিষ্ট কৰা হৈছে। এই প্ৰতিবেদনত…

মাছধৰা জালত লাগি মৃত্যুৰ সন্দেহ namoniassam.com

ধুবুৰী জিলাত আজি মৃত অৱস্থাত উদ্ধাৰ হয় এটা শিহু। ধুবুৰীৰ মাজেৰচৰ অঞ্চলৰ নদীৰ পাৰৰ সমীপত শিহুটো মৃত অৱস্থাত উদ্ধাৰ হয়। শিহুটোৰ তলৰ অংশ আঘাতপ্ৰাপ্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মাছ ধৰা…

পাষাণ প্ৰেমিক! প্ৰেমিকাৰ দেহৰ ওপৰৰে গাড়ী চলাই নিলে ভণ্ড প্ৰেমিকে namoniassam.com

পাষাণ প্ৰেমিক! প্ৰেমিকাৰ দেহৰ ওপৰৰে গাড়ী চলাই নিলে ভণ্ড প্ৰেমিকে। ৰাজপথত চটফটাই থকা প্ৰেমিকাৰ কাতৰ আহ্বানকো নেওচি ঘটনাস্থলীৰ পৰা প্ৰস্থান কৰিলে পাষাণ হৃদয়ৰ প্ৰেমিকে। প্ৰথমে প্ৰেমিকাক বন্ধুৰ দ্বাৰা নিৰ্যাতন। প্ৰেমিকাই…

৭ বছৰীয়া শিশুৰ সমুখত ভাতৃ আৰু ভগ্নীক কাটি দৰগাহত নৰমাংস বিতৰণ কৰিলে অপহৰণকাৰীয়ে namoniassam.com

পাকিস্তানত সংঘটিত হৈছে এক পৈশাচিক কাণ্ড। অপহৰণকাৰীয়ে তিনি ভাতৃ-ভগ্নীক অপহৰণ কৰি ৭ বছৰীয়া এটি শিশুৰ সমুখত শিশুটিৰ ভাতৃ আৰু ভগ্নীক হত্যা কৰি তেওঁলোকৰ মাংস দৰগাহত বিতৰণ কৰে। ইটোৰ পিছত সিটোকৈ…