Category: Dergoan

গেলাবিল নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ namoniassam.com

দেৰগাঁও :দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিল নদীত শুকুৰবাৰে পুৱাৰ ভাগত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । পুৱাইস্থানীয় ৰাইজে বৰশীত লাগি থকা অৱস্থাত মৃতদেহ এটা প্ৰত্যক্ষ কৰি দেৰগাঁও আৰক্ষীক আৱগত কৰে…