Category: dhemaji

ধেমাজিত আটাৰ কেলেংকাৰী! ৰাজপথত যোগান বিভাগৰ প্ৰতিকৃতি দাহ… namoniassam.com

ধেমাজিঃ ৰাজহুৱা বিতৰণৰ নামত ধেমাজিত আটাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে ৷ ধেমাজি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা হিতাধিকাৰীৰ বাবে আবণ্টিত শ শ কুইন্টল আটাৰ কেলেংকাৰীৰ অভিযোগ কৰি ধেমাজিৰ ৰাজপথত…

বিকশিত অসমৰ নমুনা! ধেমাজিত বাঁহৰ দলং ভাঙি আহত ২০ গৰাকী ছাত্ৰ-ছাত্ৰী namoniassam.com

হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিকশিত অসমৰ শ্লোগানত চূণ সানিলে এখন বাঁহৰ দলঙে। আজি বৃহস্পতিবাৰে অসমৰ ধেমাজি জিলাৰ এখন নদীৰ ওপৰত থকা বাঁহৰ দলং ভাঙি যোৱাত ২০ জনৰো অধিক বিদ্যালয়লৈ…

ধেমাজি জিলা কৃষি কাৰ্য্যালয়ত কৃষক প্ৰশিক্ষণ অনুষ্ঠান namoniassam.com

জিলাখনৰ ৩০ গৰাকী প্ৰগতিশীল কৃষক উপস্থিত থকা প্ৰশিক্ষণটিৰ আতঁ ধৰে বৃটিকুৰ কৃষি উন্নয়ন বিষয়া দিক্ষীতা শইকীয়াই৷ বৰ্তমান প্ৰকৃতি সুৰক্ষা, কৃষি ভূমিৰ ধাৰণশীলতা ৰক্ষা, মানৱ স্বাস্থ্যৰ সুৰক্ষা আদি প্ৰত্যাহৱানমূলক বিষয়ৰ বিকল্প…

ষষ্ঠ অনুসূচী স্বায়ত্ব শাসনৰ দাবীত অৱস্হান ধৰ্মঘট পালন… namoniassam.com

ধেমাজিঃ ষষ্ঠ অনুসূচী স্বায়ত্ব শাসনৰ দাবীত তিনি জনগোষ্ঠীৰ সংগঠন ক্ৰমে সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা ,সদৌ অসম দেউৰী ছাত্ৰ সন্থা আৰু ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত মঙ্গলবাৰে পুৱা…

আ-অলংকাৰ, টকা, ৰূপৰ মুদ্ৰাসহ ধেমাজিত ২ চোৰক গ্ৰেপ্তাৰ namoniassam.com

আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি চোৰ দুটাৰ নাম হৈছে জাহাৰুল ইছলাম আৰু মহিবুল ইছলাম ৷ দুয়োজনৰে ঘৰ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰাত। ধেমাজিৰ পৰা গৈ দলগাঁৱত গ্ৰেপ্তাৰ কৰা চোৰ দুটাৰ পৰা আৰক্ষীয়ে…

বিভিন্ন দাবীৰে অসমৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান ধেমাজি জিলা সাংবাদিক সংস্থাৰ namoniassam.com

প্ৰসংগত তেওঁ ধেমাজিৰ ৰঙা চাউলৰ বিশ্বমুখী যাত্ৰাক ভূয়সী প্ৰশংসা কৰি কৃষকসকল ইয়াৰ দ্বাৰা লাভান্বিত হোৱাৰ কথা উল্লেখ কৰে ৷ মাটিৰ উৰ্বৰা শক্তি থকাৰ পিছতো এটা খেতি কৰাৰ বিপৰীতে ঋতু অনুযায়ী…

শিঙিজান নদীৰ সমীপত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ… namoniassam.com

ধেমাজি: ধেমাজি জিলাৰ অন্তৰ্গত বৰদলনি আৰক্ষী চকীৰ অন্তৰ্গত শিঙিজান নদীৰ ৰে’লৱে দলঙৰ তলত বুধবাৰে পুৱাই এটা অৰ্ধগলিত মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ মৃতদেহৰ মুখমণ্ডল গলি যোৱা ফলত আৰক্ষীয়ে মৃতদেহ চিনাক্ত…

ধেমাজিত অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ সৈতে বিশেষ পৰ্যালোচনা সভা namoniassam.com

ধেমাজিঃ মঙ্গলবাৰে বিয়লি ৪.০০ বজাত ধেমাজি গ্ৰাম্য অভিকৰণৰ সভাকক্ষত অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি.পি.সিঙৰ সৈতে ধেমাজি আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকসহ অন্যান্য আৰক্ষী বিষয়াসকলকলৈ এক বিশেষ পৰ্যালোচনা বৈঠকত অনুষ্ঠিত…

ৰণস্থলীলৈ পৰিণত হ’ল চিলাপথাৰ namoniassam.com

ধেমাজিঃ ধেমাজি জিলা চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাপথাৰ ১ নম্বৰ ভৈৰৱপুৰ গাঁৱত যোৱা ৯ ছেপ্তেম্বৰত এটা কালভাৰ্ট নিৰ্মাণকলৈ গাঁওখনৰ দুই পক্ষৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি…