Category: Dhuburi

যৌন নিৰ্যাতনৰ অভিযোগত হালাকুৰাত আক্ৰাছু নেতাক গ্ৰেপ্তাৰ namoniassam.com

ধুবুৰীঃ ধুবুৰী জিলাৰ হালাকুৰাত এগৰাকী ১৩ বছৰীয়া নাবালিকা ছাত্ৰীক অপদস্থ কৰাক লৈ শনিবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাতৰি মতে হালাকুৰা আক্ৰাছুৰ আঞ্চলিক সভাপতি নৰেশ চন্দ্ৰ ৰায় ওৰফে পাইঙাই শনিবাৰ আবেলি…

সমাজসেৱক সুদীপ কুমাৰ কুণ্ডুলৈ ৰাষ্ট্ৰীয় সেৱাৰত্ন-২০২৩ বঁটা namoniassam.com

ধুবুৰীঃ মৰ্যাদা পুৰুষোত্তম প্ৰভু শ্ৰী ৰাম চহৰৰ অযোধ্যা ধামত সমাজসেৱা আৰু ৰক্তদানৰ ক্ষেত্ৰত ধুবুৰীৰ নিবাসী সুদীপ কুমাৰ কুণ্ডুৰ উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক ৰাষ্ট্ৰীয় সেৱাৰত্ন-২০২৩ বঁটাৰে সন্মানিত কৰা হয় । এই…

মানকাচৰ-বাংলাদেশ সীমান্তত BSF ৰ গুলীত চোৰাং গৰু সৰবৰাহকাৰী নিহত… namoniassam.com

মানকাচৰ-বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে বিএছএফৰ গুলীচলনা। বিএছএফৰ গুলীত নিহত চোৰাং সৰবৰাহকাৰী। নিহত চোৰাং সৰবৰাহকাৰীটোৰ নাম মিণ্টু শেষ। খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ কানাইমাৰা গাওঁৰ শ্বাহজাহানৰ পুত্ৰ মিণ্টু শেষ।…

মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ ব্যাপক আয়োজন… namoniassam.com

ধুবুৰীঃ কোচবিহাৰৰ মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি অহা ১৬ ছেপ্টেম্বৰত মধুপুৰ সত্ৰত বিভিন্ন কাৰ্য্যক্ৰমণিকাৰে পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক…

পুৱাই মহানগৰীত মৃতদেহ উদ্ধাৰ… namoniassam.com

News Update: সোমবাৰে পুৱাই মহানগৰীৰ জালুকবাৰীত মৃতদেহ উদ্ধাৰ। কাটিয়া দলঙৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো ধুবুৰীৰ লালচান্দ আলীৰ বুলি চিনাক্ত হৈছে। লালচান্দ আলী পেচাত ফেৰীৱালা আছিল। কৰ্মসূত্রে জালুকবাৰীত বসবাস…

মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে আৰক্ষীৰ ওপৰত, পিয়াঁজ চুৰিত নামিল আৰক্ষী namoniassam.com

ধুবুৰী, ৮ ছেপ্টেম্বৰ, ২০২৩ : অসম আৰক্ষীৰ ওপৰতো পৰিছে মূল্যবৃদ্ধিৰ প্ৰভাৱ। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে নিদ্ৰা হৰণ কৰিছে একাংশ আৰক্ষীৰ লোকৰ। মূল্যবৃদ্ধি জুইত পৰিয়াল পোহপাল দিব নোৱাৰি এইবাৰ…

হাটশিঙিমাৰীত আটক ৩ ভুৱা সাংবাদিক namoniassam.com

হাটশিঙিমাৰীঃ হাটশিঙিমাৰীৰ ফেকামাৰীত ৩গৰাকী ভুৱা সাংবাদিকক আটক কৰিছে আৰক্ষীয়ে। খাৰুৱাবান্ধা আৰক্ষীয়ে আটক কৰে ভুৱা সাংবাদিক কেইজনক। আটকাধীন ভুৱা সাংবাদিক কেইজন ক্ৰমে আখিৰুল ইছলাম, জোন বাবু আৰু সুদীপ মহন্ত।