Category: Dhukuwakhana

ঢকুৱাখনাৰ মাতমৰাত “মিচিং মিউজিক ফেষ্টিভেল”ৰ প্ৰস্তুতি… namoniassam.com

ঢকুৱাখনাঃ লোক কৃষ্টি সংস্কৃতিৰ বৰঘৰ ঢকুৱাখনা। এই ঢকুৱাখনাৰ পূৱ প্ৰান্তত অৱস্হিত মাতমৰাৰ বৰলুইতৰ পাৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বৰনৈ আঃনৗ মিচিং মিউজিক ফেষ্টিভেল। মাতমৰাৰ কাংকান অপেঃ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ…

ঘিলামৰাত জব্দকৃত ৰাজসাহায্যযুক্ত সাৰকলৈ গা লৰিছে কৃষি বিভাগৰ,তদন্তৰ নিৰ্দেশ namoniassam.com

ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ চাকুলি অঞ্চলত কৃষি বিভাগৰ ৰাজ সাহায্যযুক্ত ৰাসায়নিক সাৰৰ অবৈধ মজুতকৰণ সন্দৰ্ভত শেহতীয়া ভাৱে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে লখিমপুৰ জিলা কৃষি বিভাগে। ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ অন্তৰ্গত…

বিত্তীয় কেলেংকাৰী ! ঢকুৱাখনা শিক্ষা-খণ্ডৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোচৰ namoniassam.com

ঢকুৱাখনা : শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সনা এক নির্লজ ঘটনা পোহৰলৈ আহিছে ঢকুৱাখনাত । চৰকাৰী বেতনে উদৰ পূৰণ নোহোৱা এগৰাকী প্ৰধান শিক্ষকে এইবাৰ বিদ্যাৰ্থীৰ বিপৰীতে আবন্তিত পুঁজি কুক্ষীগত কৰাৰ…

ঘিলামৰাত অগ্নিকাণ্ড, ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিসাধন namoniassam.com

ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঘিলামৰা সদৰৰ “মুৰাৰী হাৰ্ডৱেৰ”ত দেওবাৰে নিশা প্ৰায় ৯-৪৫ বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । ঘিলামৰা দৈনিক বজাৰৰ সমীপৰ অৱাসিক এলেকাত অৱস্থিত এইখন হাৰ্ডৱেৰ দোকান বন্ধ থকা অৱস্থাতে…

ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ “ৰূপালী সৌৰভ” উন্মোচন namoniassam.com

ঢকুৱাখনা: জ্ঞান প্ৰজ্ঞা আৰু বৌদ্ধিক মন্থনৰ সমুজ্জল চানেকি স্বৰূপ ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণী অনুষ্ঠানৰ শনিবাৰে দ্বিতীয় দিন। মহাবিদ্যালয়খনৰ গৌৰৱোজ্জ্বল জয়ন্তীৰ শনিবাৰে দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী প্রাক্তন…

ঢকুৱাখনাত অজন্তা নেওগ মুর্দাবাদ ধ্বনিৰে উত্তাল namoniassam.com

অসম ৰাজ্যিক অংগৱাদী কৰ্মী-সহায়িকা সন্থাৰ ঢকুৱাখনা প্ৰকল্প সমিতিৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। আমাক আমাৰ প্ৰাপ্য দিয়ক, প্ৰতাৰক সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগ মুর্দাবাদ, পোষণৰ নামত শোষণ নচলিব, প্ৰৱঞ্চক…

ঢকুৱাখনাত প্ৰশাসনৰ চুলাই ভাতী উচ্ছেদ অভিযান… namoniassam.com

ঢকুৱাখনা: ঢকুৱাখনা আৱকাৰী চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বৃহস্পতিবাৰে চলোৱা হয় অবৈধ চুলাই ভাতী উচ্ছেদ অভিযান। চক্ৰটোৰ অন্তৰ্গত বিৰাজৰাচুক, শিমলুডোঙা, ঢোলপেটা,সুঁতিমুখ, ঘিলামৰা,মধুপুৰ বাগান আদি অঞ্চলত অভিযান চলাই বৃহস্পতিবাৰে ৬ টা অবৈধ…

ঢকুৱাখনা দৈনিক বজাৰ ব্যৱসায়ী সন্থাৰ বাৰ্ষিক সবাহ ও ভাওনা উৎসৱৰ প্ৰস্তুতি namoniassam.com

তামোল পান, শাক পাচলিৰ পৰা আৰম্ভ কৰি মাছ মাংসৰ বেপাৰেৰে আৰ্জিত নগণ্য পুঁজিৰে কিয়দংশকৈ সংগ্ৰহ কৰি বিগত প্ৰায় বাৰ বছৰ ধৰি অনুষ্ঠিত কৰি অহা এই বাৰ্ষিক সবাহ ভাগি এইবাৰ অহা…

শিক্ষা  বিভাগৰ নিৰ্দেশ নমনা  শিক্ষককলৈ বিপাঙত ছাত্ৰ-ছাত্ৰী namoniassam.com

সংগৃহীত ৰাজহুৱা অভিযোগ মতে ঢকুৱাখনা মহকুমাৰ ভাটি মেদক উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষকৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ হেতু জিলাখনৰ বিদ্যালয় সমূহৰ পৰিদর্শকৰ কাৰ্যালয়ে যোৱা ৭ আগষ্টত আই এছ/ এল ডি চি…

পশ্চিম মাছখোৱা সমবায়ৰ সচিবে লুটিলে পৰিবহন শিতানৰ ডেৰ লক্ষাধিক টকা namoniassam.com

News Update: ঢকুৱাখনা: ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ লগতে অন্যান্য চৰকাৰী আঁচনিৰ চাউলৰ চোৰাং বেহাৰ ভুস্বৰ্গ হিচাপে পৰিগণিত হৈছে ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা সমবায় সমিতি । চৰকাৰী আঁচনিৰ চাউল মানেই পৈত্রিক…