Category: dibrughar

পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল namoniassam.com

ডিব্ৰুগড়: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ডিব্ৰুগড়ত ‘স্বচ্ছতাহি সেৱা’ অভিযানৰ নেতৃত্ব দিয়ে। গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত আজি সমগ্ৰ দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে এক…

বনবিভাগৰ গুলীত আহত চোৰাং কাঠ সৰবৰাহকাৰী namoniassam.com

ডিব্ৰুগড়স্থিত দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ হোকুংগুৰি ৰেঞ্জৰ অন্তৰ্গত বাছাবনালাত কাঠৰ চোৰাং বেহাৰ লগত জড়িত এক চক্ৰৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত হয় বন বিভাগৰ। এই সংঘৰ্ষত আহত হয় এজন সন্দেহযুক্ত কাঠ সৰবৰাহকাৰী। প্ৰকাশিত…

আকৌ চৰ্চাত ডিব্ৰুগড়ৰ বকুল বাইপাছ , চলন্ত গাড়ীৰ পৰা গতিয়াই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ namoniassam.com

ডিব্ৰুগড় জিলাত পথৰ মাজতে এজন লোকে পত্নীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ডিব্ৰুগড়ৰ বকুল বাইপাছ পথৰ সমীপত দেওবাৰে সংঘটিত হয় এই ঘটনা। প্ৰত্যক্ষদৰ্শীৰ মতে, কৃষ্ণ কান্ত নাথ নামৰ লোকজনে…

ট্ৰাক-ইনোভাৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত ২জন, আহত বহুতো… namoniassam.com

ডিব্ৰুগড়ৰ লেপেটকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা। ট্ৰাক আৰু ইনোভাৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত ২ জন থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো আহত…

ডিব্ৰুগড়ত বাটত পৰি থকা অৱস্থাত উদ্ধাৰ যুৱক-যুৱতী, যুৱতীৰ মৃত্যু, সংকটজন অৱস্থাত যুৱক namoniassam.com

দেওবাৰে ডিব্ৰুগড়ৰ বকুল বাইপাছত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ডিব্ৰুগড়ৰ বকুল বাইপাছত এগৰাকী যুৱতী আৰু এজন যুৱকক ৰহস্যজনকভাৱে পথত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে । জানিব পৰা মতে, ইতিমধ্যে যুৱতীগৰাকীৰ…

পত্নীক হত্যা কৰি মৃতদেহৰ সমুখতে আহাৰ খালে স্বামীয়ে, ঘটনা এইখন অসমৰে namoniassam.com

অপৰাধৰ হটস্পটলৈ পৰিণত হৈছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড় জিলাত সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা আন এক হত্যাকাণ্ড। এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ লাহোৱাল চেঙেলীজান চাহ বাগিচাত। ঘটনা অনুসৰি স্বামীয়ে লাঠিৰে…