Category: Dokhin SALMARA

ডিঙিত পাচলিৰ মালা পিন্ধি তৃণমূল কংগ্ৰেছৰ ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচী namoniassam.com

দক্ষিণ শালমাৰাঃ অসম তৃণমূল কংগ্ৰেছৰ আহ্বানত বৃহস্পতিবাৰে ৰাজ্যজুৰি জিলাই জিলাই তৃণমূল কংগ্ৰেছে ডিঙিত জলকীয়া, পিয়াজ আৰু পাচলিৰ মালা পিন্ধি ধৰ্ণা আৰু বিক্ষোভ কাৰ্যসূচীৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দক্ষিণ…