Category: Dumdum

ডুমডুমা- ফিল’বাৰী ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি গাভৰুভেটি গাঁ‌ও পঞ্চায়তৰ ৰাইজৰ প্ৰতিবাদ।

ডুমডুমা- ফিল’বাৰী ৰাজ্যিক ঘাইপথ অৱৰোধ কৰি গাভৰুভেটি গাঁ‌ও পঞ্চায়তৰ ৰাইজৰ প্ৰতিবাদ। ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাত ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত গাভৰুভেটি গাঁ‌ও পঞ্চায়তক ১২৩ নং ডিগবৈ বিধান…