Category: Goreswar

সংযক্ত মুছলিম জাগৰণ মঞ্চৰ উদ্যোগত বাঙালীপাৰাত সম্বৰ্ধনা অনুষ্ঠান শৈক্ষিক সজাগতা সভা।

সংযক্ত মুছলিম জাগৰণ মঞ্চৰ উদ্যোগত বাঙালীপাৰাত সম্বৰ্ধনা অনুষ্ঠান শৈক্ষিক সজাগতা সভা। আজি ১৯ মে’ত কনকলতা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গন বাঙালীপাৰাত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে…

গোৰেশ্বৰত এন এফ ৰেলৱৈ মজদুৰ ইউনিয়নৰ ৰঙিয়া শাখাৰ ৫৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

গোৰেশ্বৰত এন এফ ৰেলৱৈ মজদুৰ ইউনিয়নৰ ৰঙিয়া শাখাৰ ৫৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা সম্পন্ন শনিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গোৰেশ্বৰ ৰেলৱে ষ্টেচন ভৱনত অনুষ্ঠিত হয় সভাখন। সভাত নতুন পেঞ্চন আচঁনি বাতিল…

গোৰেশ্বৰত সদৌ অসম আন্তঃজিলা ৰাগবী টুৰ্নামেন্টৰ আয়োজন ।

গোৰেশ্বৰত সদৌ অসম আন্তঃজিলা ৰাগবী টুৰ্নামেন্টৰ আয়োজন । জুনিয়ৰ আৰু চিনিয়ৰ ল’ৰা আৰু ছোৱালীৰ উভয়তে হ’ব ৰাগবী খেলখন ৷ *খেলত প্ৰায় ১১খনকৈ জিলাৰ খেলুৱৈৱে কৰিব অংশগ্ৰহণ* ৷ উক্ত খেলতে *পুনেত…

গোৰেশ্বৰৰত অবৈধ শিল বালি কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।

গোৰেশ্বৰৰত অবৈধ শিল বালি কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অভিযানত অবৈধভাৱে বালি কঢ়িওৱা এখন ডাম্পাৰ জব্দ কৰে বনবিভাগে। ওদালগুৰি জিলাৰ ডিমাকুছিৰ পৰা গোৰেশ্বৰৰ ৰামগাওঁ পথেৰে আনি থকা অৱস্থাত জব্দ…

বিজ্ঞান শাখাত এশ শতাংশৰে উজ্বলিল গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

বিজ্ঞান শাখাত এশ শতাংশৰে উজ্বলিল গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গোৰেশ্বৰ-৯মেঃ ‘বিজ্ঞান শাখাত এশ শতাংশ উত্তীৰ্নৰে উজ্বলিল গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ ১৫টাকৈ শিক্ষকৰ পদ খালি হৈ আছে যদিও ফলাফলত আমি…

গোৰেশ্বৰৰ আৰ্যভট্ট আইডিয়েল একাডেমিৰ এশ শতাংশ উত্তীৰ্ণ।

গোৰেশ্বৰৰ আৰ্যভট্ট আইডিয়েল একাডেমিৰ এশ শতাংশ উত্তীৰ্ণ গোৰেশ্বৰ,৯মে তামুলপুৰ জিলাৰ গোৰেশ্বৰ অঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰ্যভট্ট আইডিয়েল একাডেমি(বিজ্ঞান আৰু কলা শাখা)য়ে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সাফল্যৰ ধাৰা…

গোৰেশ্বৰৰ চেনীগাওঁত বড়ো জনগোষ্ঠীয়সকলৰ ৰংজালী বৈশাগুৰ আনন্দ ৷

গোৰেশ্বৰৰ চেনীগাওঁত বড়ো জনগোষ্ঠীয়সকলৰ ৰংজালী বৈশাগুৰ আনন্দ ৷ ৰংজালী বৈশাগুত বাগুৰুম্বা চিফুং,খাম আৰু চেৰজাৰ তালে তালে বৈশাগু নৃত্যত মগ্ন হল চিখলা – চেংৰাই বাৰদৈচিখলা দৈমা গেজেৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে…

গোৰেশ্বৰৰ মকুণ্ডপুৰ কাড়িপাৰাবাসী ৰাইজৰ উদ্যোগত ৰঙালী বিহু উদযাপন

ৰাজ্যৰ চৌদিশে অব্যাহত আছে ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ ব্যতিক্ৰম নহয় গোৰেশ্বৰৰ মকুণ্ডপুৰ কাড়িপাৰাবাসী ৰাইজ। মঙ্গলবাৰে দিনজোৰা কাৰ্যসুচীৰে গামোচা বিহু দলৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতা।…

এবছু মানে Uppl আৰু uppl মানে এবছু ৷ এবছুৱে বিজেপিক ভোট নিদিয়ে -বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷

এবছু মানে Uppl আৰু uppl মানে এবছু ৷ এবছুৱে বিজেপিক ভোট নিদিয়ে ৷ এবছুৱে বা upplৰ বড়ো লোকে দৰং ওদালগুৰিত ভিতৰি ভিতৰি Bpfক ভোট দিব আৰু বিজেপিয়েও ভিতৰি ভিতৰি কোকোৰাঝাৰত…

গোৰেশ্বৰৰ আউৰীয়াপাৰাত ৰঙালী বিহুৰ পাৰভঙা উচাহ ৷

গোৰেশ্বৰৰ আউৰীয়াপাৰাত ৰঙালী বিহুৰ পাৰভঙা উচাহ ৷ গোৰেশ্বৰ: ১৪এপ্ৰিল অসমীয়া জাতীয় জীৱনৰ বাপুতি সাহোন ৰঙালী বিহুত সকলোৰে গা সাতখন আঠখন ৷ ঢোল পেপা গগনাৰ মাতত ৰজনজনাইছে গোৰেশ্বৰৰ আউৰীয়াপাৰাত ৷ বাৰেৰহণীয়া…