Category: goroimari

নীট পৰীক্ষাত সাফল্য লাভ কৰাত উৎফুল্লিত গৰৈমাৰীৰ মাজগুমীবাসী৷

নীট পৰীক্ষাত সাফল্য লাভ কৰাত উৎফুল্লিত গৰৈমাৰীৰ মাজগুমীবাসী৷ নীট পৰীক্ষাত কৃতিত্ব লাভ কৰা কামৰূপৰ গৰৈমাৰীৰ মাজগুমীৰ জাহিদুল হুছেইনক লৈ আজি বিশাল সমদল উলিয়ায় ব্যক্তিগত খণ্ডৰ পঞ্চজ্যোতি আদৰ্শ জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী,…