Category: Hajo

মুকালমুৱাৰ দুৰ্গা পূজাত আৱাহনৰ নাট অৰ্ধাঙ্গিনীয়ে বিলালে পুত্ৰ-কন্যাৰ দায়িত্ববোধৰ বাৰ্তা namoniassam.com

সাম্প্ৰতিক সময়ত ড্ৰাগছৰ ভয়াৱহতা, কুলাংগাৰ পুত্ৰৰ নিদাৰুণ বাস্তৱ ছবি আৰু কন্যাৰ বিলাসী জীৱনৰ হাবিয়াসৰ বাস্তৱ ছৱিখন “অৰ্ধাঙ্গিনী” নাটখনৰে দাঙি ধৰি পুত্ৰ-কন্যালৈ একপ্ৰকাৰ সকিয়নিমূলক বাৰ্তা প্ৰেৰণ কৰে ৷ প্ৰস্তুতি পৰাশৰ, সঞ্জীৱ…