Category: Jobs

অসমত খালী হৈ আছে ১৬ হাজাৰতকৈও অধিক শিক্ষকৰ পদ namoniassam.com

ভয়াৱহ নাটনিৰ সৈতে যুঁজি আছে অসমৰ শিক্ষাৰ্থীসকলে। ৰাজ্যজুৰি বিদ্যালয়-মহাবিদ্যালয় উভয়তে ১৬ হাজাৰৰো অধিক শিক্ষকৰ পদ পূৰণ নোহোৱাকৈয়ে আছে৷ এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে অসমৰ শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে। বিধান সভাৰ অধিৱেশনৰ…