Category: Karbi Along

৫০০ টকাৰ বাবে কনিষ্ঠ ছাত্ৰক জ্যেষ্ঠ ছাত্ৰই নিৰ্যাতন চলোৱাৰ অভিযোগ namoniassam.com

কাৰ্বি আংলং জিলাৰ ফুলনিস্থিত ৰেংবংহম সেৱাশ্ৰম ছাত্ৰাবাসত ৫শ টকাৰ বাবেই দুজন জ্যেষ্ঠ ছাত্ৰই ছাত্ৰাবাসত থকা কেইবাগৰাকী কনিষ্ঠ শিক্ষাৰ্থীক মাৰপিট কৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ কথা পোহৰলৈ আহিছে।এই ঘটনা সন্দৰ্ভত…

কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি namoniassam.com

হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ অন্যান্য ঠাইৰ লগতে চেণ্টাৰতো অহা ২১,২২,২৩ আৰু ২৪ অক্টোবৰত ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৩১ সংখ্যক কাৰ্বি মাণ্ডলিক যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে…

সাংসদ সঞ্জয় সিঙক বিনাচৰ্তে মুকলিৰ দাবী namoniassam.com

কাৰ্বি আংলংঃ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক ইডি আইনৰ অধীনত বুধবাৰে দিল্লী আৰক্ষীয়ে আটক কৰা বিষয়ক লৈ আম আদমী পাৰ্টীৰ তৰফৰ পৰা সমগ্ৰ দেশজুৰি সম্প্ৰতি ব্যাপক প্ৰতিবাদৰ ঢৌৰ সৃষ্টি হৈছে। সেইলৈ…

কাৰ্বি আংলংত লায়ন্স ক্লাৱৰ সমিতি গঠন namoniassam.com

কাৰ্বি আংলং : কাৰ্বি আংলং জিলাৰ বোকাজানত গঠন কৰা হ’ল লায়ন্স ক্লাৱৰ এখন ২০জনীয়া সমিতি। প্ৰথমবাৰৰ বাবে জিলাখনত দেওবাৰে আন্তৰ্জাতিক লায়ন্স ক্লাৱৰ এখনি সমিতি গঠন কৰা হয়।

কাৰ্বি আংলঙত ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৫০ বছৰীয়া ব্যক্তিৰ namoniassam.com

কাৰ্বি আংলঙত এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ৫০ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে। জানিব পৰা মতে ভুক্তভোগী কিশোৰীগৰাকীয়ে ২৪ নং দেওপানী সমষ্টিৰ কাৰ্বি আংলং স্বায়ত্তশাসিত…

কাৰ্বি আংলঙৰ ডিফুত দেখা দিয়া ডেংগি ৰোগ নিয়ন্ত্ৰণৰ দাবী আম আদমি পাৰ্টীৰ namoniassam.com

গুৱাহাটী, ২৪ আগষ্ট, ২০২৩ : কাৰ্বি আংলঙৰ সদৰ ডিফুত (Diphu) ভয়ংকৰ ৰূপ লোৱা ডেংগি ৰোগৰ প্ৰাদুৰ্ভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগক দাবী জনাইছে আম আদমি পাৰ্টীয়ে। চহৰখনত এতিয়ালৈকে মুঠ ৩,৩৩২ গৰাকী…