Category: Kaziranga

গোসাঁইগাওঁ জিলা বি.পি.এফ কাৰ্যালয়ত বি.টি.আৰ কোচ ৰাজবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিপুল ৰয়ৰ সংবাদ মেল namoniassam.com

:: উক্ত সংবাদমেল আয়োজন কৰি বি.টি.আৰ কোচ ৰাবংশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সাধাৰণ সম্পাদক বিপুল ৰয়ে কয় যে .. ::প্ৰমোদ বড়ো কোচৰাজবংশী জনজাতিৰ বিৰোধী । ::প্ৰমোদ বড়ো কোচৰাজবংশী…

কাজিৰঙাত পুনৰ হাতীৰ উপদ্ৰপ namoniassam.com

কাজিৰঙা : অসমৰ বিভিন্ন প্ৰান্তত হাতীৰ উপদ্ৰপ চলি থকাৰ মাজতে কাজিৰঙাতো হাতীয়ে বিস্তৰ ক্ষতি সাধন কৰে। বৃহস্পতিবাৰে নিশা কাজিৰঙাত পুনৰ বন্যহস্তীয়ে উপদ্ৰৱ চলায়।

কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপন namoniassam.com

তেখেতে কয় যে, ১৮৮৮চনৰ ১১ নৱেম্বৰত জন্ম গ্ৰহণ কৰা মৌলানা আবুল কালাম আজাদে স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈ কেনেকৈ আমাৰ দেশৰ শিক্ষা ব্যৱস্থাৰ উত্তৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰে সেই…

কাজিৰঙাত মুকলি হাতী ছাফাৰি namoniassam.com

কাজিৰঙাঃ কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি কৰা হ’ল হাতী ছাফাৰি৷ বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত ছাফাৰি মুকলি পৰ্যটকৰ বাবে৷

বুবুল শৰ্মাৰ ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অতন্দ্ৰ প্ৰহৰী-হাতী আৰু মাউত’ উন্মোচন namoniassam.com

একেদৰে মাউতৰ ক্ষেত্ৰত প্ৰয়াত ৰঙাই ৰাভা, চন্দ্ৰ হাজৰিকা, বিহুৱা গগৈ, তালি আঙু, মংগলু দাস আদি মাউতে কাজিৰঙাৰ সংৰক্ষণৰ আৰম্ভণিৰ পৰাই কাজিৰঙাক মাতৃ জ্ঞান কৰি সেৱা আগবঢ়াই কাজিৰঙাক মহীয়ান কৰি তুলিছিল…

কাজিৰঙাৰ নৃগোষ্ঠীয় লোকক ঘৰ-মাটি এৰি দিয়াৰ চৰকাৰী নিৰ্দেশঃ জীপাল কৃষক-শ্ৰমিক সংঘৰ তীব্ৰ প্ৰতিক্ৰিয়া namoniassam.com

কাজিৰঙা-বোকাখাতঃ অসমত সম্প্ৰতি থলুৱা লোকৰ ওপৰত চলা বৰ্বৰ উচ্ছেদ কাণ্ডৰ তীব্ৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই কাজিৰঙাৰ নৃগোষ্ঠীয় মিচিং জনজাতি আৰু আদিবাসী কেইবাশ পৰিয়ালক এক অদ্ভুত চৰকাৰী জাননীয়ে এক নতুন আতঙ্কৰ সৃষ্টি…

NAPMৰ সৰ্বভাৰতীয় নাৰীবাদী সভাত জীপাল সংঘৰ অংশগ্ৰহণ namoniassam.com

মহাৰাষ্ট্ৰৰ পুনেইত ৭, ৮ আৰু ৯ অক্টোবৰত ‘NAPM’ৰ‌ দ্বাৰা আয়োজিত ‘সৰ্বভাৰতীয় নাৰীবাদী মঞ্চ’ৰ সভাখনত অসমৰ হৈ ‘জীপাল কৃষক শ্ৰমিক সংঘ’ৰ তৰফৰ পৰা প্ৰগতিশীল নাৰীবাদী কৰ্মী তথা লেখিকা মণিকংকণা বৰবৰাই অংশগ্ৰহণ…

অসম পৰ্যটনৰ অতিথিশালাৰ দুৰৱস্থা… namoniassam.com

কাজিৰঙাঃ সমাগত কাজিৰঙাৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ ৷অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে কেতিয়া মুকলি কৰা হ’ব সেই কথা বন বিভাগে স্পষ্ট কৰা নাই যদিও বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে…