Category: Khothiyatoli

কঠীয়াতলীত নিৰুদ্দেশ দুই ছাত্ৰ, সম্ভেদ পালে খবৰ দিবলৈ আহ্বান বিদ্যালয় কৰ্তৃপক্ষৰ namoniassam.com

News Update : কঠীয়াতলীস্থিত নেতাজী সুভাষচন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ দুই ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত ৮ৰ পৰা১৪ বছৰৰ পিতৃ-মাতৃহীনা ল’ৰাবোৰক শিক্ষিত কৰাৰ উদ্দেশ্যে…