Category: Koliyabor

কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়াক অপসাৰন : নতুন সভাপতি বাবুল বৰা… namoniassam.com

নগাঁও: কলিয়াবৰ জিলা বিজেপিৰ সভাপতি পদৰ পৰা অপসাৰিত হৈছে অনিল শইকীয়া ৷ সমষ্টি পুনৰ নিৰ্ধাৰনৰ পিছত কলিয়াবৰ জিলাৰ জিলা সভাপতি পদৰ পৰা অনিল শইকীয়াক অপসাৰন কৰাৰ পিছত কলিয়াবৰ বিজেপি শিবিৰত…

জখলাবন্ধাত মৰেল পুলিচৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিঃৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ… namoniassam.com

কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ জখলাবন্ধাত মৰেল পুলিচৰ ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিশাৰ ভাগত পৰিবেশ ইমানেই উত্তাল হৈ পৰে যে, অভিযুক্তসকলক গ্ৰেপ্তাৰৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ…

কাজিৰঙাৰ নৃগোষ্ঠীয় লোকক ঘৰ-মাটি এৰি দিয়াৰ চৰকাৰী নিৰ্দেশঃ জীপাল কৃষক-শ্ৰমিক সংঘৰ তীব্ৰ প্ৰতিক্ৰিয়া namoniassam.com

কাজিৰঙা-বোকাখাতঃ অসমত সম্প্ৰতি থলুৱা লোকৰ ওপৰত চলা বৰ্বৰ উচ্ছেদ কাণ্ডৰ তীব্ৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই কাজিৰঙাৰ নৃগোষ্ঠীয় মিচিং জনজাতি আৰু আদিবাসী কেইবাশ পৰিয়ালক এক অদ্ভুত চৰকাৰী জাননীয়ে এক নতুন আতঙ্কৰ সৃষ্টি…

২০ শতাংশ বনাচ দিয়াৰ দাবীত উত্তাল চিকনি চাহ বাগিচা… namoniassam.com

কলিয়াবৰঃ ২০ শতাংশ বনাচ দিয়াৰ দাবীত শুকুৰবাৰে উত্তাল হ’ল কলিয়াবৰ মহকুমাৰ অন্তৰ্গত জখলাবন্ধাৰ চিকনি চাহ বাগিচা । শ্ৰমিকসকলে বাগিচা কাৰ্যালয়ৰ সমুখত বিভিন্ন শ্ল’গানেৰে ২০ শতাংশ বনাচৰ দাবীত উত্তাল কৰি তোলে।…

কলিয়াবৰত ’ক্ৰিয়েটিভ- কলিয়াবৰ’ৰ অসম আৰক্ষী দিৱস উদযাপন namoniassam.com

ইয়াৰ পিছতে উদ্যোক্তা অনুষ্ঠানটিৰ হৈ মহকুমাটোৰ জখলাবন্ধা, কলিয়াবৰ, উলুৱনি, ৰূপহী, চামগুৰিকে আদি কৰি জিলাখনৰ প্ৰায়সংখ্যক থানা এলেকাৰ আৰক্ষী তথা আৰক্ষী বিষয়াসকলক আৰক্ষী দিৱসক সন্মান যচা হয় ৷ ইয়াৰ পিছতে ৰূপালীম…

শিলঘাটত আঘাতপ্ৰাপ্ত এটা গঁড়কলৈ চিন্তিত বন বিভাগ namoniassam.com

কলিয়াবৰঃ কলিয়াবৰৰ শিলঘাটত এটা আঘাত প্ৰাপ্ত গঁড়ৰ বিচৰণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। প্ৰায় দুমাহ পূৰ্বৰ পৰাই কাজিৰঙাৰ পৰা খাদ‍্যৰ সন্ধানত ওলাই আহি গঁড়টোৱে শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ সমীপৰ…

দিহা নামেৰে বিশ্ব ৰেকৰ্ডঃ কলিয়াবৰত সমবেত ৭০০ গৰাকী আয়তী namoniassam.com

কলিয়াবৰঃ কলিয়াবৰত মঙলবাৰে একেলগে সমবেত হ’ল ৭০০ গৰাকী আয়তী । জখলাবন্ধা মিলন সংঘৰ বাকৰিত দিহানামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল ক্ষন্তেক সময়। উল্লেখ্য য, সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ উদ‍্যোগত…

শিল্পী পেঞ্চনাৰ আৰতি নেৱাৰৰ বিয়োগ namoniassam.com

কলিয়াবৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থকা অমায়িক, মৃদুভাষী, হাস্যমুখী শিল্পীগৰাকীয়ে কলিয়াবৰ ভানু সমিতি আৰু ভাৰতীয় গোৰ্খা পৰিসংঘৰ নগাঁও সমিতিৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰি সমাজৰ লগত…

কলিয়াবৰত আনন্দ মেলাৰ নামত জুৱাৰ মেলা namoniassam.com

কলিয়াবৰঃ কলিয়াবৰৰ বাগৰি আৰক্ষী চকিৰ সমীপতে জুৱাৰ ৰমৰমীয়া ব্যৱসায়ে সচেতন মহলক চিন্তিত কৰি তুলিছে। কুঠৰীৰ নবস্তিৰ এটা লক্ষী মন্দিৰৰ সাহায‍াৰ্থে যোৱা ১১ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈকে মহকুমা প্ৰশাসনৰ অনুমতি লৈ…