Category: lakhimpur

লখিমপুৰৰ কাছজুলিত হাতী মানুহৰ সংঘাট।

লখিমপুৰৰ কাছজুলিত হাতী মানুহৰ সংঘাট। একে সপ্তাহতে একেটা পৰিয়ালৰ দুবাৰকৈ ভাঙিলে ঘৰ।কাছজুলি বনবিষয়া কাৰ্যালয়ৰ সমীপৰে দীগন্ত বৰা আৰু চম্পা বৰাৰ ঘৰত নিশা প্ৰায় ৯ মান বজাতে বনৰীয়া হাতী আহি ঘৰ…

নকল সোণ বিক্ৰী কৰি আৰক্ষীৰ জালত বঙালমৰাৰ তিনি পিতা-পুত্ৰ… namoniassam.com

এই গোচৰৰ আধাৰতে বিহপুৰীয়া আৰক্ষীয়ে পিতা-পুত্ৰসহ ৩ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে। এই তিনিও প্ৰৱঞ্চক ক্ৰমে মকিবুল ইছলাম, বিল্লাল হুছেইন আৰু আতিকুল ইছলাম। এই তিনিও প্ৰৱঞ্চকে ৩.৫০ লাখ টকাত বিক্ৰী কৰিছিল নকল…

আৰক্ষীৰ নিৰ্যাতনৰ বাবে এজন যুৱকৰ আত্মহত্যা সন্দৰ্ভত ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া namoniassam.com

লখিমপুৰ, ২৭ অক্টোবৰ, ২০২৩ : আৰক্ষীৰ নিৰ্যাতনৰ বাবে এজন যুৱকৰ আত্মহত্যা সন্দৰ্ভত ডঃ দিব্যজ্যোতি শইকীয়াৰ (Dibyajyoti Saikia) প্ৰতিক্ৰিয়া। আৰক্ষীৰ নিৰ্যাতনৰ বাবে দেৰগাঁৱত এজনে যুৱকে আত্মহত্যা কৰা ঘটনাক এক মানৱ অধিকাৰ…

এছ পি আনন্দ মিশ্ৰৰ নামত ধন সংগ্ৰহত নামি স্বয়ম্ভু সাংবাদিক পৰিল আৰক্ষীৰ জালত namoniassam.com

আব্দুল কালাম নামৰ এজন যুৱকে ফেচবুকত এটা পেজ খুলি নিজকে সাংবাদিক হিচাপে পৰিচয় দি লখিমপুৰত বিভিন্ন অপকৰ্মত লিপ্ত হৈছিল। ধৃত আব্দুল কালামে জিলাখনত আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নাম…

আৰক্ষী অধীক্ষক নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হ’ল ফেচবুক সাংবাদিক namoniassam.com

লখিমপুৰ, ২৩ অক্টোবৰ, ২০২৩ : আৰক্ষী অধীক্ষক নামত ধন দাবী কৰি ৰঙা ঘৰৰ আলহী হ’ল ফেচবুক সাংবাদিক (Journalist)। আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ফেচবুক সাংবাদিকজনক। এটা ফেচবুক পেজ খুলি নিজকে…

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ namoniassam.com

শিক্ষা আৰু অধ্যয়নৰ বাবে দীৰ্ঘদিন ধৰি উদ্যোগ লৈ অহা লখিমপুৰ কুইজ ফ’ৰামে অহা ইংৰাজী ০৮ অক্টোবৰ দেওবাৰে উত্তৰ লখিমপুৰ নগৰত এখন ৰাজ্যিক ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা আয়োজন কৰিছে। এই প্ৰতিযোগিতাখনৰ…

বিশ্ববিদ্যালয়লৈ উন্নীত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত আৱতৰীয়া বিহু-দেৱালী namoniassam.com

লখিমপুৰঃ উচ্চ শিক্ষাৰে সত্তৰ বছৰীয়া স্বৰ্ণিল গৌৰৱোজ্বল যাত্ৰা অব্যাহত ৰখা উত্তৰ পাৰৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান নৰ্থ লখিমপুৰ মহাবিদ্যালয় বিশ্ববিদ্যিলয়লৈ উন্নীত হোৱাত উৎফুল্লিত লখিমপুৰবাসী ৷ অসম বিধান সভাত বৃহস্পতিবাৰে বিয়লি নৰ্থ…

সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ড্ৰাগছ সৰবৰাহ কৰিবলৈ বাধ্য কৰালে পিতৃয়ে namoniassam.com

লখিমপুৰঃ লখিমপুৰৰ বঙালমৰাত ভংয়কৰ কাণ্ড ৷ ড্ৰাগছ সৰবৰাহকাৰী কিশোৰীক আটক ৷ সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰী গৰাকীক ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰিছিল পিতৃয়ে ৷ ১ নং আহমেদপুৰৰ বাসিন্দা আব্দুল আলিয়ে ড্ৰাগছ সৰবৰাহত…

বিজেপিক উৎখাত কৰিবলৈ সাজু কংগ্ৰেছ namoniassam.com

বহু বিবাহ বন্ধ কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ পূৰ্বে বিজেপি চৰকাৰে বিভিন্ন দল , সংগঠন আৰু বিভিন্ন ৰাজনৈতিক দলৰ অভিমতৰ লগতে সমাজৰ নেতৃস্থানীয় ব্যক্তি সকলৰো মতামত গ্ৰহন কৰাটো উচিত আছিল বুলি…

ইছৰোত চাকৰি পোৱাৰ পাছত মাতৃক গীতা উপহাৰ দিছিল চয়নে, মোবাইলত চালে চন্দ্ৰযান-৩ৰ অৱতৰণ namoniassam.com

উল্লেখ্য যে উত্তৰ লখিমপুৰ চহৰৰ দহ নং ৱাৰ্ড গোপী নগৰৰ যুৱক মহাকাশ বিজ্ঞানী তথা ইউ আৰ ৰাও মহাকাশ গৱেষণা আৰু উপগ্ৰহ কেন্দ্ৰৰ অভিযন্তা বিজ্ঞানী চয়ন দত্ত ৷ ১৯৮৮ চনত উত্তৰ…