Category: Lanka

লংকাত উৎকোচ লৈ হাত দাঙিলে ২ অভিযন্তাসহ কম্পিউটাৰ সহায়কে namoniassam.com

লংকাত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ২ অভিযন্তাসহ কম্পিউটাৰ সহায়কে। উৎকোচ লোৱাৰ অভিযোগত আটক কৰা হৈছে অভিযন্তা উজ্জ্বল বৰগোহাঁই, প্রভাত কলিতা আৰু কম্পিউটাৰ সহায়ক সুৰজ বৰাক।

চোকা অস্ত্ৰৰে টেম্প’ চালকক ঘপিয়াই হত্যা : এজনক আটক namoniassam.com

জানিব পৰামতে, হোজাইৰ উত্তৰ বিদ্যানগৰৰ এজন টেম্প’ চালকক চোকা দা’ৰে ঘপিয়াই হত্যা কৰা হৈছে। থিতাতে নিহত হোৱা চালকজনৰ নাম নিখিল দাস। এই ঘটনা সন্দৰ্ভত মানিক দে’ নামৰ এজন লোকক আৰক্ষীয়ে…