Category: Majuli

মাজুলীৰ কাকৰিকতা বিলত অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু namoniassam.com

মাজুলীঃ মাজুলীৰ কাকৰিকতা বিলত অস্বাভাৱিক হাৰত থলুৱা মাছৰ মৃত্যু। বিলত মৰি উপঙিছে হাজাৰ হাজাৰ থলুৱা মাছ। উৎকট গৰমত পানী দূষিত হৈ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। কুহিঁ,বৰালী,পুঠি,খলিহনা গৰৈ,না’ৰ,কাৱৈ,আদি মাছ মৰি…

মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিঃ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত সত্ৰভূমি মাজুলী namoniassam.com

. News Update: মহাপুৰুষ মাধৱদেৱ যাক শ্ৰীমন্ত শংকৰদেৱে বঢ়াৰ পো বুলি সম্বোধন কৰিছিল সেইজনা নৱবৈষ্ণৱ ধৰ্মৰ মূল কাণ্ডাৰী অৱতাৰী মহাপুৰুষৰ আজি ৪২৭ সংখ্যক তিৰোভাৱ তিথি। সেই উপলক্ষে আজি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ…

দুভাগত বিভক্ত হোৱাৰ দিশে নতুন কমলাবাৰী সত্ৰ namoniassam.com

সত্ৰাধিকাৰকে মূখ্য কৰি নামতি, ভড়ালি,বৰ-বায়ন,বায়ন,বৰ-গায়ন,গায়ন, মেধি,পাঠেক ,বৰ পুজাৰী আদি কৰি বিভিন্ন উপাধিৰে এখন সত্ৰ বছৰ-বছৰ ধৰি পৰিচালিত হৈ আহিছে। বিশেষকৈ পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰাই সত্ৰ সমূহত দিনে নিশাই…

১৭ গাঁৱৰ যাতায়ত ব্যাহত কৰি ভদীয়া বানত উটি গ’ল দলং namoniassam.com

মাজুলী ভকত চাপৰি সংযোগী দলঙখন উটি যোৱাত বিচ্ছিন্ন হয় ১৭খনকৈ গাঁৱৰ যাতায়ত যোগাযোগ । সমান্তৰালভাবে জলবন্দী হৈ পৰে ভকত চাপৰিবাসী। উটি যোৱা কাঠৰ দলংখনেৰে যাতায়ত কৰিছিল ১৭ খন গাঁৱৰ বিদ্যালয়…

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰঃ মাজুলীত ৰোগীৰ বিলৈ namoniassam.com

মাজুলীঃ মাজুলীত হ্ৰাস পোৱা নাই ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বিপদ সীমা অতিক্ৰম কৰি দুই মিটাৰ ওপৰলৈ পানী বৈছে। যাৰ বাবে যোৱা দেওবাৰৰ পৰা ঘাটসমূহত বন্ধ আছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ফেৰী সেৱা।