Category: Makum

মাকুম মহাবিদ্যালয়ত বিত্তীয় কেলেংকাৰী : পৰিচালনা সমিতিৰ বিৰুদ্ধে অভিযোগ namoniassam.com

তিনিচুকীয়া : ১৯৯৭ চনত প্ৰতিষ্ঠা লাভ কৰা তথা ৰূপালী জয়ন্তী বৰ্ষ গৰকা বৃহত্তৰ মাকুম অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মাকুম মহাবিদ্যালয়ত ভয়ংকৰ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।…