Category: Manas National park

মানসত গঁড়ৰ খৰ্গ, হাতীৰ দাঁত, বাঘৰ হাড়সহ গ্ৰেপ্তাৰ পাঁচ সন্দেহজনক সৰবৰাহকাৰী namoniassam.com

জন্তুৰ দেহৰ অংগ সৰবৰাহত জড়িত থকাৰ অভিযোগত মানস ৰাষ্ট্ৰীয় উদ্যানত গ্ৰেপ্তাৰ হৈছে পাঁচগৰাকী সন্দেহজনক লোক। ধৃত ব্যক্তিকেইগৰাকীৰ পৰা উদ্ধাৰ হৈছে কেইবাটাও গঁড়ৰ খৰ্গ, হাতীৰ দাঁত, বাঘৰ হাড়। ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই…