Category: Mongladoi

দৰঙৰ বানেকুছিত শৌচালয়ৰ টেংকীত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ… namoniassam.com

মঙলদৈঃ দৰঙৰ বানেকুছিত চাঞ্চল্য ৷গাঁওখনৰ কলিতা পাৰা চুবুৰীৰ এটা পৰিয়ালৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ অৰ্ধগলিত যুৱতীৰ মৃতদেহ ৷ পৰিয়ালৰ লোকে শৌচালয়লৈ যোৱাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ এটা বস্তাৰ ভিতৰত উদ্ধাৰ যুৱতীৰ…

এটা আত্মহত্যাকলৈ মঙলদৈত উত্তপ্ত পৰিস্থিতি… namoniassam.com

মঙলদৈঃ এটা আত্মহত্যাক কেন্দ্ৰ কৰি মঙলদৈত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। মঙলদৈৰ বাসব নগৰৰ ৰিপুঞ্জয় গোস্বামীৰ ঘৰৰ বাথৰুমত বুধবাৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় এগৰাকী দিন হাজিৰা কৰা মহিলাৰ। মঙলদৈ কঁপালি…

ন্যায় বিচাৰি যোৱা মহিলাক অধিবক্তাই সোধালে প্ৰচণ্ড ঘোচা namoniassam.com

মঙলদৈ : মঙলদৈ আদালত চৌহদত সংঘটিত এক ঘটনাই জোকাৰি গৈছে চহৰখন। জানিব পৰামতে এগৰাকী মহিলাই ন্যায় বিচাৰি আহিছিল মঙলদৈ আদালতত ৷

মঙলদৈত প্ৰতিমা বিসৰ্জন আৰু ৰাৱণ দাহ namoniassam.com

মঙলদৈ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিজয়া দশমী উপলক্ষ্যে মঙলদৈতো প্ৰতিমা বিসৰ্জন আৰু ৰাৱণ দাহ পৰ্ব অনুষ্ঠিত কৰা হয়। মঙলদৈ চহৰৰ প্ৰায় ৩০ খন দুৰ্গা পূজা সমিতিৰ উপৰি দাঁতি-কাষৰীয়া অঞ্চলৰ…

শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতেই মঙলদৈত শোকাৱহ ঘটনা namoniassam.com

মঙলদৈ : শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতেই দৰঙৰ দেওমৰনৈত শনিবাৰে আবেলি এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ দেওমৰনৈ সাৰ্বজনীন দুৰ্গোৎসৱত আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয় এগৰাকী পুৰোহিতে।

মঙলদৈত সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিবাদ namoniassam.com

মঙলদৈ: মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে মঙলদৈ ৰামহৰিত দৰং জিলা কোচ ৰাজবংশী যুৱ সন্মিলনীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। দুদিন পূৰ্বে বিজেপিৰ এখন দলীয় সভাত কোচ ৰাজবংশী নেতা, সদৌ অসম…

মঙলদৈত গান্ধী জয়ন্তী পালন namoniassam.com

ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ মাজত গান্ধী জয়ন্তী উপলক্ষে চিত্ৰাঙ্কন প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান আদি অনুষ্ঠিত হয়। উল্লেখ্য যে,গান্ধী জয়ন্তীৰ প্ৰাকক্ষণত ১ অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত সমগ্ৰ দেশতে ‘স্বচ্চতাহি সেৱা’…

দৰঙত সাজু ৩ লাখ গছপুলি namoniassam.com

মঙলদৈঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১ কোটি বানিজ্যিক গছ পুলি ৰোপনেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টা ৷ দৰং জিলা বন বিভাগে তিনি লাখ গছপুলি দুমুিচকী, দলগাওঁ , চৌধুৰীপাৰা, বৈৰগীঝাৰত সাজু কৰিছে…