Category: Nagoan

১৮জানুৱাৰীত বাৰপূজীয়াত ম’হ যুঁজ প্ৰতিযোগিতা – namoniassam.com

–মধ্য অসমৰ আটাইতকৈ পুৰণি তথা আহোম স্বৰ্গদেউ চুহুংমুৰ দিনৰে পৰা অনুষ্ঠিত হোৱা ঐতিহাসিক বাৰপূজীয়া ম’হ যুঁজ প্ৰতিযোগিতা অহা ১৮ জানুৱাৰী (৩ মাঘ)ত অনুষ্ঠিত হ’ব। বিগত ২০১৬ চনৰ পৰা মহামান্য উচ্চতম…

পদত্যাগ কৰিলে আই পি এছ আনন্দ মিশ্ৰই namoniassam.com

পদত্যাগ কৰিলে আই পি এছ আনন্দ মিশ্ৰই। লখীমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা মিশ্ৰই স্বাধানীভাৱে সমাজৰ কাম কৰি যোৱাৰ ইচ্ছাৰে এই পদত্যাগ পত্ৰ প্ৰেৰণ ।

শিক্ষা বিভাগৰ উদ্যোগত নগাঁও-হোজাইত স্কুটী বিতৰণ namoniassam.com

সভাত নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাস, নগাঁও জিলা পৰিষদৰ…

জনতাই আবদ্ধ কৰি ৰাখিলে আৰক্ষীক namoniassam.com

নগাঁও : উত্তাল নগাঁৱৰ ৰাজপথ ৷ আৰক্ষীক আবদ্ধ কৰি ৰাখিলে জনতাই ৷ প্ৰায় এঘন্টা ধৰি আৰক্ষী আৰু আৰক্ষী বাহন আবদ্ধ কৰি ৰখাই নহয় নগাঁও আৰক্ষী মুৰ্দাবাদ প্ৰদান কৰা পৰিলক্ষিত হয়…

নগাঁৱত ব্লেডমেনৰ সন্ত্ৰাস, দুৰ্বৃত্তই যুৱকৰ পৰা লুটি নিলে ৪০,০০০ টকা namoniassam.com

নগাঁৱত ব্লেডমেনৰ সন্ত্ৰাস। ফিল্পকাৰ্টৰ ডেলিভাৰি বয়ক ব্লেডেৰে আক্ৰমণ। চল্লিশ হাজাৰ টকা লুট দুৰ্বৃত্তৰ দলৰ । বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। ৰফিকুদ্দিন হুছেইন নামৰ ফিল্পকাৰ্টৰ ডেলিভাৰি বয়জনক আক্ৰমণ কৰি লুটি নিয়ে…

নগাঁৱৰ ফুলগুৰিত ১৬২সংখ্যক “ফুলগুৰি ধেৱা” স্মৃতি দিৱস উদযাপন,ৰজা ঘৰে পাহৰিলে namoniassam.com

নগাও ,১৮অক্টোবৰ :–ৰজা ঘৰে পাহৰিলেও প্ৰজা ঘৰে বুধবাৰে তেজ ৰঙা ইতিহাসে গৰকা ফুলগুৰি ধেৱাৰ স্মৃতি সুঁৱৰিলে। নগাঁও জিলাৰ ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত ১৬২সংখ্যক “ফুলগুৰি…

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ জয়যাত্ৰা namoniassam.com

নগাঁও : নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আঞ্চলিক দল অগপৰ ছাত্ৰ সংগঠনৰ জয়যাত্ৰা ৷ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ২০২৩-২৪ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ‘ অসম…

এইবাৰ ১০ হাজাৰ টকালৈ হাত দাঙিলে খণ্ড উন্নয়ন বিষয়া namoniassam.com

নগাঁও, ১৫ অক্টোবৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল…

টীম ইণ্ডিয়াৰ প্ৰাক্তন মেনেজাৰ-বিশিষ্ট শিক্ষাবিদ-ক্ৰীড়া সংগঠক সহজানন্দ ওজা আৰু নাই namoniassam.com

নগাঁওঃ নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক, ক্ৰীড়া সংগঠক সহজানন্দ ওজা আৰু নাই। ভাৰতীয় ক্ৰিকেট দলৰ টীম মেনেজাৰ হিচাবে দ্বায়িত্ব পালন কৰিছিল প্ৰয়াত ওজাই। এডিপি কলেজৰ প্ৰাক্তন উপাধ্যক্ষ আছিল তেওঁ। নগাঁৱৰ পৰা…