Category: North East

ডিমা হাচাও নিৰ্বাচনৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি namoniassam.com

গৰম হৈ উঠিছে ডিমা-হাচাও পৰ্বত্য জিলাৰ নিৰ্বাচনী বতাহ। বিজেপিৰ হাই-প্ৰফাইল নেতাই নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ পিছতেই আজি অসম তৃণমূল কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি বিজেপিক দিছে যোগ্য প্ৰত্যুত্তৰ। আজি হাফলঙৰ…

উগ্ৰপন্থীয়ে গুলীয়াই প্ৰাণ ল’লে প্ৰাক্তন বিধায়কৰ namoniassam.com

আজি সন্ধিয়া অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ৰাজ্যখনৰ ভাৰত-ম্যানমাৰ সীমান্তৰ টিৰাপ জিলাত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছে খোছা (পশ্চিম)ৰ প্ৰাক্তন বিধায়ক ইউমচেম মাটেয়ক। সূত্ৰ অনুসৰি, লাজু থানাৰ অন্তৰ্গত ৰাহো…

টিভি উপস্থাপকৰ পৰা মিজোৰামৰ কনিষ্ঠতম বিধায়কলৈ বৰ্ণিল যাত্ৰা বেৰিল ভান্নেইহছাংগীৰ namoniassam.com

প্ৰাক্তন টিভি উপস্থাপক তথা ৰেডিঅ’ জকী (আৰ জে) বেৰিল ভান্নেইহছাংগী উত্তৰ-পূবৰ ৰাজ্য মিজোৰামৰ এতিয়ালৈকে কনিষ্ঠতম বিধায়ক হিচাপে পৰিগণিত হৈছে। সদ্য সমাপ্ত মিজোৰাম বিধানসভা নিৰ্বাচনত আইজল দক্ষিণ-৩ সমষ্টিৰ পৰা ১৪১৪ টা…

হৰ্ণবিল মহোৎসৱত দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ সাজু নাগালেণ্ড namoniassam.com

হৰ্ণবিল উৎসৱৰ প্ৰথম কাৰ্যসূচীত হস্ত আৰু বয়নশিল্পৰ মেলা, বাঁহ পেভিলিয়ন, কিছামা CRAFTSCAPEৰ সংগ্ৰহালয়, HORNBILL CAFE, মিলেট ফেষ্টিভেল অৰেগনিক পেলিয়ন, দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰক সংগ্ৰহালয় ,হৰ্নবিল আন্তঃৰাষ্ট্ৰীয় ফটো প্ৰতিযোগিতা আৰু নিশা কীডছ…

মণিপুৰত সোমবাৰে পুনৰ দুজনে হেৰুৱালে প্ৰাণ… namoniassam.com

পুনৰ মণিপুৰত প্ৰাণ হেৰুৱালে দুই নাগৰিকে। পি টি আইত প্ৰকাশিত খবৰ অনুসৰি সোমবাৰে সংঘটিত হোৱা এক হিংসাত্মক ঘটনাত এই দুই লোকে হেৰুৱালে প্ৰাণ। উল্লেখ্য যে, সুদীৰ্ঘদিন ধৰি মেইটেই আৰু কুকিসকলৰ…

ভিয়েটনামৰ হো চি মিন চহৰত অনুষ্ঠিত হব চলিত বৰ্ষৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল namoniassam.com

ভিয়েটনামৰ হো চি মিন চহৰত অনুষ্ঠিত হব চলিত বৰ্ষৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল। ২৭-২৯ অক্টোবৰলৈ অনুষ্ঠিত হব উৎসৱটি। এয়া হব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ তৃতীয় সংস্কৰণ। ভাৰতীয় দূতাবাসৰ নেতৃত্বত অনুষ্ঠিত…

মিজোৰাম বিধানসভা নিৰ্বাচনঃ ৩৯ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে কংগ্ৰেছৰ namoniassam.com

উল্লেখ্য যে ৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখন ভ্ৰমণৰ বাবে উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰামত গান্ধীয়ে উপস্থিত হোৱাৰ সময়তে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে…