Category: Political

পুনৰ ইউপিপিএল দললৈ উভতিল ইউপিপিএলৰ কেন্দ্ৰীয় ফাৰ্মাৰ চেলৰ সম্পাদক কালীচৰণ নাৰ্জাৰী ।

পুনৰ ইউপিপিএল দললৈ উভতিল ইউপিপিএলৰ কেন্দ্ৰীয় ফাৰ্মাৰ চেলৰ সম্পাদক কালীচৰণ নাৰ্জাৰী । কোকৰাঝাৰ জিলাৰ বাউখুংগ্ৰী সমষ্টিৰ ব্লক ইউপিপিএল দলৰ প্ৰাক্তন অন্যতম সম্পাদক তথা কেন্দ্ৰীয় ইউপিপিএলৰ ফাৰ্মাৰ চেলৰ সম্পাদক কালীচৰণ নাৰ্জাৰীয়ে…

ভাৰতীয় জনতা পাৰ্টিৰ সহযোগী অসম গণ পৰিষদৰ উদ্যোগত আজি সাংবাদিকৰ সৈতে বিশেষ আলোচনাৰ কাৰ্যসূচী।

ভাৰতীয় জনতা পাৰ্টিৰ সহযোগী অসম গণ পৰিষদৰ উদ্যোগত আজি সাংবাদিকৰ সৈতে বিশেষ আলোচনাৰ কাৰ্যসূচী। এই কার্যসূচীত অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্রী অতুল বৰাই সাংবাদিকসকলৰ সৈতে কথা পাতি প্ৰতিক্ৰিয়া…

“বৰ্ণবাদৰ ঘৃণ্য ৰাজনীতি, মুখ্যমন্ত্ৰী শৰ্মাই ‘সতীদাহ’ প্ৰথাৰো পোষকতা কৰিব!”- চিপিআই(এম) namoniassam.com

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেইচবুক একাউণ্ট, টুইটাৰ (বৰ্তমান ‘X’) আদি সামাজিক মাধ্যমবোৰৰ জৰিয়তে ধৰ্মগ্ৰন্থ ‘গীতা’ৰ উদ্ধৃতিৰে ব্ৰাহ্মণ্যবাদ তথা বৰ্ণবাদৰ পোষকতা কৰাত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছে।…

নিৰ্বাচনত ধনবল-বাহুবল প্ৰয়োগৰ প্ৰয়োগ সুস্থ গণতন্ত্ৰৰ পৰিপন্থী : আচিং জেমে namoniassam.com

ডিমা-হাচাও স্বায়ত্ব শাসিত পৰিসদীয় নিৰ্বাচনৰ মনোনয়নৰ সময়ত ধনবল আৰু বাহুবল প্ৰয়োগ হোৱা পৰিপ্ৰেক্ষিতত আজি হাফলংস্থিত ডিমা-হাচাও তৃণমূল কংগ্ৰেছৰ জিলা কাৰ্যালয়ত জিলা সভাপতি তথা চলিত নিৰ্বাচনৰ হাফলঙ সমষ্ঠিৰ প্ৰাৰ্থী আচিং জেমিয়ে…

কোন কোন ৰাজ্যত হ’ব এই যাত্ৰা? namoniassam.com

ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছক শক্তিশালী বিৰোধী দল হিচাপে প্ৰতিষ্ঠা কৰাত যে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে তাত কোনো সন্দেহ নাই। এই জনসংযোগ অভিযানে ৰাহুল গান্ধীক কংগ্ৰেছৰ নেতা হিচাপেও জনপ্ৰিয়তা আৰু…

বিৰোধী শূন্য সংসদেৰে দেশ চলাব বিজেপিয়ে! আজিও নিলম্বিত বিৰোধীৰ ৪৯ সাংসদ namoniassam.com

ভাৰতীয় ইতিহাসত অনাকাংক্ষিত নজিৰ গঢ়ি বিৰোধী শূন্য হোৱাৰে দিশে আগবাঢ়িছে দেশৰ সংসদ। সংসদৰ নিৰাপত্তা ভংগৰ বিষয়ক লৈ প্ৰতিবাদ কৰাৰ কাৰণে দুই তৃতীয়াংশ বিৰোধী সাংসদক নিলম্বন কৰাৰ পিছত এতিয়া প্ৰায় বিৰোধী…

ববিতা শৰ্মা হ’ব বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী, নগাঁও সমষ্টিক লৈ টনা আঁজোৰা ৰকিবুল প্ৰদ্যুতৰ namoniassam.com

আৰম্ভ হৈছে আগুন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি। সকলো দলৰ দৰে কংগ্ৰেছৰ প্ৰাৰ্থী সকলেও ভিৰ কৰিছে দলীয় কাৰ্যালয়ত। সূত্ৰ অনুসৰি কংগ্ৰেছ দলৰ পৰা কমেও ৪০ জন দলীয় সদস্যই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট…

INDIA ৰ পৰৱৰ্তী বৈঠকত উপস্থিত থাকিব নীতিশ-মমতা : দুই মুখ্যমন্ত্ৰীয়ে জনালে খাটাং সিদ্ধান্ত namoniassam.com

পাঁচ ৰাজ্যৰ বিধান সভাৰ ফলাফল ঘোষণা কৰাৰ পিছত ৬ ডিচেম্বৰত কংগ্ৰেছে আহ্বান কৰা বিৰোধী ঐক্যৰ বৈঠকত উপস্থিত নাথাকোঁ বুলি নীতিশ কুমাৰ আৰু মমতা বেনাৰ্জীকে ধৰি কেইবাগৰাকীও বিৰোধী মুখ্যমন্ত্ৰীয়ে জনোৱাৰ পিছত…

পাছ কৰিয়েই গঢ়িলে এই অভিলেখ namoniassam.com

ধৈৰ্য্য আৰু পৰিশ্ৰম – এই দুটা গুণ থাকিলে কি কৰিব নোৱাৰি! এই কথাই প্ৰমাণ কৰি দেখুৱালে ব্ৰিটেইনৰ এগৰাকী ব্যক্তিয়ে। গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰৰ বাবে ধাৰাবাহিকভাবে অনুৰ্ত্তীণ হৈও অভিলেখ গঢ়িলে এইজনা ব্যক্তিয়ে।…