Category: Sivsagar

শিৱসাগৰ চহৰৰ বাবুপট্টিত নিশা চুৰি কাণ্ড।কেইবা লক্ষাধিক টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি।

*শিৱসাগৰ চহৰৰ বাবুপট্টিত নিশা চুৰি কাণ্ড।কেইবা লক্ষাধিক টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি।* শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বাবুপট্টিৰ ৰাজু আহমেদৰ বাসগৃহত কালি নিশা প্ৰায় ২:৩০মান বজাত চোৰে চোৰি কাণ্ড কৰি । লগতে…

কলাবাৰীত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা দৌলগুৰি দৌল সংৰক্ষণত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ namoniassam.com

আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসন কালত খামচেং দৌল বন্ধা গোঁহাই-এ গহপুৰ মৌজাৰ কলাবাৰী অঞ্চলৰ কামদেৱাল গাঁৱত নিৰ্মাণ কৰা বৃহৎ দৌলগুৰি দৌল আজি পৰিত্যক্ত অৱস্থাত পৰিণত হৈছে। আজি আম আদমি পাৰ্টী…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ এজেণ্ট হ’ল আজমল,নিৰ্বাচনৰ আগে আগে এই কাৰ্ড খেলেঃ আছু namoniassam.com

শিৱসাগৰঃ “মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ অন্যতম ৰাজনৈতিক এজেন্ট হ’ল বদৰউদ্দিন আজমল ৷ বিধানসভা নিৰ্বাচনেই হওক বা লোকসভা নিৰ্বাচনে হওক, এই নিৰ্বাচন সমূহৰ প্ৰাকক্ষণত হিমন্ত বিশ্বশৰ্মাই এখন কাৰ্ড খেলে ৷ সেই কাৰ্ড…

শিলচৰ-তিনিচুকীয়াৰ মাজত নতুন LHB সুবিধা যুক্ত ‘বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ’ৰ ফ্লেগ অফ… namoniassam.com

শিলচৰ: প্ৰথম বাৰৰ বাবে শিলচৰ তিনিচুকীয়াৰ‌ মাজত আৰম্ভ হ’ল অত্যাধুনিক LHB সুবিধা যুক্ত নতুন যাত্ৰীবাহী ৰে’লৰ। বৰাক – ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ নামৰ এই LHB সুবিধা যুক্ত নতুন যাত্ৰীবাহী ৰে’লখনৰ‌ শনিবাৰে নিশা…

শিৱসাগৰত চলন্ত অৱস্থাত জলিল ইণ্ডিগ’: কথমপি ৰক্ষা গৰাকীৰ… namoniassam.com

শিৱসাগৰঃ সদা ব্যস্ত শিৱসাগৰ চহৰৰ কেন্দ্ৰীয় বজাৰ (চেন্ট্ৰেল মাৰ্কেট) ৰ সন্মুখত মঙ্গলবাৰে নিশা ৮-৩০ বজাত হঠাৎ চলন্ত অৱস্থাত এখন ইণ্ডিগ’ বাহন দপদপাই জ্বলি উঠাৰ ঘটনাই সমগ্ৰ চহৰখনতেই তীব্ৰ আতংকময় পৰিৱেশৰ…

চীনত অনুষ্ঠিত বেডমিণ্টন এছিয়া জুনিয়ৰ চূড়ান্ত খেলত অসম সন্তান বৰ্ণিল আকাশ চাংমাই namoniassam.com

শিৱসাগৰ : শিৱসাগৰৰ সন্তান বৰ্ণিল আকাশ চাংমাইয়ে দেওবাৰে পুৱা চীন দেশত অনুষ্ঠিত বেডমিণ্টন এছিয়া ১৭ আৰু ১৫ অনুৰ্দ্ধৰ জুনিয়ৰ চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ৷ উল্লেখ্য যে বৰ্ণিলে ভাৰতক প্ৰতিনিধিত্ব কৰি…

প্ৰধান শিক্ষক শৰৎ লিকচনৰ অসৎ কৰ্মঃ শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী… namoniassam.com

শিৱসাগৰঃ শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিৱসাগৰ বাকচু খেলুৱা গাঁৱত শৰৎ লিকচন নামৰ প্ৰধান শিক্ষক জনে এগৰাকী…

শিৱসাগৰৰ বৈভৱ ৰাজ বৰবৰুৱাক জাপানৰ হকাইদো বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ namoniassam.com

শিৱসাগৰ: শিৱসাগৰীয়া সন্তান বৈভৱ ৰাজ বৰবৰুৱাক জাপানৰ হকাইদো বিশ্ববিদ্যালয়ে স্ক’লাৰশ্বিপ সহিতে পিএইচডি কৰাৰ বাবে আমন্ত্ৰণ জনাইছে ৷ জাপানৰ সংশ্লিষ্ট বিশ্ববিদ্যালয়ে নিৰ্বাচিত কৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৭ গৰাকী ছাত্ৰৰ ভিতৰত অসমৰ…

মুক্তি পালে উদীয়মান কণ্ঠশিল্পী ৰিতপল বৰকাকতিৰ ‘নয়না’ namoniassam.com

শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক খলিলুৰ ৰহমান হাজৰিকাই মেধা ছাত্ৰ ৰিতপলৰ গীতে সকলোকে মোহিত কৰিব পাৰিব বুলি মন্তব্য কৰে ৷ বুধবাৰৰ অনুষ্ঠানটিত সাংবাদিক মনোজ কুমাৰ গগৈ, কৌস্তুভমণি কাকতি, প্ৰদীপ গগৈ, হিমাংশু…