Category: SPORTS

ৰঞ্জীৰ প্ৰস্তুতিঃ ৰাহানেৰ পিছত এইবাৰ উপেক্ষিত পূজাৰাৰ পোষ্ট, উৎসুক অনুৰাগী namoniassam.com

ভাৰত-দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ইতিমধ্যে শোচনীয় পৰাজয়বৰণ কৰিছে ভ্ৰমণকাৰী ভাৰতে। ভাৰতৰ এই পৰাজয়ৰ পাছতে ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীসকলে হতাশা প্ৰকাশ কৰিছে। মূলতঃ শৃংখলাটোৰ বাবে দল নিৰ্বাচনক লৈ উঠিছে…

পেলেবিহীন এটা বছৰঃ আজিৰ দিনটোতে বিদায় লৈছিল দ্য কিং অৱ জগ’ বনিট’ই namoniassam.com

পেলে নোহোৱা হ’ব! এয়া যেন বিশ্বাস কৰিবলৈও টান। পেলে: শৰীৰ-মনত ঝংকাৰ তুলিবলৈ এই দুটি আখৰৰ নামটোৱেই যথেষ্ট। বিশ্ব ফুটবলৰ অবিসম্বাদী সম্ৰাট, যাৰ দুভৰিৰ যাদুৰ ৰাগীয়ে মোহাচ্ছন্ন কৰি ৰাখিছিল বিশ্ব নাগৰিকক,…

প্ৰধানমন্ত্ৰী মোদীলৈ মল্লযুঁজাৰু বিনেশ ফ’গাটৰ পত্ৰ, কি লিখিলে পত্ৰত? namoniassam.com

সাক্ষী মালিকে মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰাৰ লগতে বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই দিয়াৰ এসপ্তাহ নৌহওঁতেই ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্রতিবাদ কৰা তৃতীয়…

ক্ৰীজলৈ আহিলেই বাজে ৰাম ছিয়া ৰাম! খেলৰ মাজতে মহাৰাজ-ৰাহুলৰ বাৰ্তালাপ, ভাইৰেল ভিডিঅ’ namoniassam.com

বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ। মেচখনত দক্ষিণ আফ্ৰিকাক ৭৮ ৰাণত পৰাস্ত কৰি ভাৰতীয় দলে শৃংখলা জয় কৰে। মেচখনত ভাৰতীয় বলাৰে আগবঢ়াই চমকপ্ৰদ প্ৰদৰ্শন। দক্ষিণ…

টেষ্ট শৃংখলাৰ পূৰ্বে ঘৰলৈ ঘূৰিল কোহলী! থাকিবনে দক্ষিণ আফ্ৰিকা শৃংখলাত? namoniassam.com

অহা ২৬ জানুৱাৰীৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত। এই শৃংখলাৰ মাত্ৰ চাৰিদিন পূৰ্বে হঠাতে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰিবলগীয়া হৈছে ভাৰতীয় দলৰ প্ৰধান বেটিং…

চেমছনৰ শতক, অৰ্শদীপ-সুন্দৰৰ দুৰ্দান্ত বলিং; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয় ভাৰতৰ namoniassam.com

ইয়াকে কোৱা হয় তীব্ৰ যুঁজ। অৱশেষত পাৰ্লেত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ পৰিণাম ওলাল। টী-২০ শৃংখলাত বৰষুণ খলনায়ক হৈ নপৰা হ’লে হয়তো এই সিদ্ধান্ত ১-১ত অমীমাংসিত নহ’লহেঁতেন৷ কিন্তু এদিনীয়া…

আই পি এলে সলালে ভাগ্য! মিনিটৰ ভিতৰতে কোটিপতি হ’ল পাণ দোকানীৰ পুত্ৰ শুভম namoniassam.com

মঙলবাৰে ডুবাইত অনুষ্ঠিত হয় আগন্তুক ছিজনৰ বাবে আই পি এলৰ খেলুৱৈৰ নিলাম। এই নিলামত খেলুৱৈৰ বিপৰীতে উঠে টকাৰ উজান। পচন্দৰ তাৰকাক দললৈ অনাৰ লক্ষ্যৰে কোটি কোটি টকা নিলামত খৰচ কৰে…

আই পি এলত নিলামকাৰী কোন এই মল্লিকা সাগৰ! জানক তেওঁৰ বিষয়ে namoniassam.com

আগন্তুক আই পি এল ছিজনৰ বাবে আজি ডুবাইত অনুষ্ঠিত হৈছে খেলুৱৈৰ নিলাম। আজিৰ এই নিলামত আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছে এগৰাকী মহিলা নিলামকাৰী। মল্লিকা সাগৰে প্ৰথমগৰাকী…