Category: Tezpur

জঘন্যঃ তেজপুৰত ডাইনী সন্দেহত মহিলাক হত্যা, ছয় অভিযুক্তক গ্ৰেপ্তাৰ namoniassam.com

ৰাজ্যত পুনৰ সংঘটিত হৈছে ডাইনী কাণ্ড। এইবাৰ এই ঘটনা সংঘটিত হৈছে তেজপুৰত। জিলাখনৰ বাহবাৰীত হত্যাৰ বলি হৈছে এগৰাকী মহিলা। এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৬ জন লোকক গ্ৰেপ্তাৰ…

ডাইনীৰ সন্দেহত পুত্ৰৰ সন্মুখতে জ্বলাই দিলে এগৰাকী মহিলাক namoniassam.com

তেজপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা। ডাইনী সন্দেহত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰিলে একাংশই। তেজপুৰৰ বাহবাৰী বৰচোনত দেওবাৰে সংঘটিত হৈছে এই ঘটনা। কালি নিশা ৯ মান বজাত সংঘটিত হৈছে এই ঘটনা। অভিযোগ…

তেজপুৰৰ মাজমজিয়াত বিধ্বংসী অগ্নিকাণ্ডঃ জ্যোতি ভাৰতীক লৈ উদ্বিগ্ন… namoniassam.com

তেজপুৰ চহৰৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ড। চহৰখনৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু বেংকত এই অগ্নিকাণ্ড। ব্যৱসায়িক প্রতিষ্ঠান বাটা আৰু পঞ্জাৱ নেচনেল বেংকত অগ্নিকাণ্ড। শ্বৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সূত্রপাত হোৱাৰ সন্দেহ। বৰ্তমানেও নিৰ্বাপিত হোৱা…

ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৯গৰাকী ছাত্ৰ-ছাত্ৰীৰ পদক লাভ namoniassam.com

News Update শোণিতপুৰঃ গুজৰাটৰ বডনগৰ জৱাহৰ নৱোদয় বিদ্যালয়ত যোৱা ২৮ আগষ্টৰ পৰা ৩০ আগষ্ট,২০২৩ লৈ অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় পৰ্যায়ৰ নৱোদয় বিদ্যালয় সমিতিৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত বিশ্বনাথ চাৰিআলিৰ জৱাহৰ…

তেজপুৰত বানৰ প্ৰলয় namoniassam.com

ভদীয়া বানে শোণিতপুৰৰ ভালেসংখ্যক অঞ্চল প্লাৱিত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিপথাৰ তথা বাসগৃহ জলমগ্ন কৰাত ৰাইজৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ প্ৰায় ২০খন গাঁও আজি…