Category: Titabor

তিতাবৰত ঠেঙাল মৌজা যুৱ কল্যাণ সমিতৰ উদ্যোগত বিশেষ তিনি যুৱকক সম্বৰ্ধনা ।

তিতাবৰত ঠেঙাল মৌজা যুৱ কল্যাণ সমিতৰ উদ্যোগত বিশেষ তিনি যুৱকক সম্বৰ্ধনা । ৭৫ তম গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি তিতাবৰ ঠেঙাল মৌজাৰ অন্তগত তিনিজন যুৱকক বিশেষভাৱে সম্বৰ্ধনা জনায় তিতাবৰ ঠেঙাল…

দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে তিতাবৰত অগ্নিকাণ্ড namoniassam.com

তিতাবৰ : দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে তিতাবৰ পূবালী নগৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত নিমিষতে জ্বলি শেষ হৈ যায় এটা শঙ্কৰ কালোৱাৰ মালিকনাধীন ফাৰ্নিচাৰৰ গুদাম ৷

কলা বজাৰত মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ চাইকেল : জব্দ চাইকেল ভৰ্তি ঠেলা namoniassam.com

তিতাবৰ : ক’লা বজাৰত মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ চাইকেল। তিতাবৰত ভগা চিগা কঢ়িওৱা দেম্পৰ ঠেলাত উদ্ধাৰ কৰা হৈছে ২০২৩-২৪বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ চাইকেল।

নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজনক জেললৈ প্ৰেৰণ namoniassam.com

তিতাবৰ : বৰহোলাত এজনী ৮ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰি মংলবাৰে বৰহোলা আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে। এই ঘটনাৰে অভিযুক্তগৰাকীৰ নাম জয় চুতীয়া বুলি জানিব পৰা…

পুনৰ বিতৰ্কত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱা namoniassam.com

তিতাবৰঃ পুনৰ বিতৰ্কত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱা। এইবাৰ অমৃত কলহ কাৰ্যসূচীত অংশ লৈ বিতৰ্কত বিধায়ক গৰাকী। নামচুঙী গাওঁ পঞ্চায়তত মঙলবাৰে অনুষ্ঠিত অমৃত কলহ কাৰ্যসূচীত অংশ লোৱাক কেন্দ্ৰ কৰি তীব্ৰ…

বেকাজানত বীৰ লাচিত সেনাৰ শাখা সমিতি গঠন namoniassam.com

তিতাবৰঃ বীৰ লাচিত সেনা অসমৰ তিতাবৰ সমষ্টি আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে বেকাজানত এখন পূৰ্ণাংগ শাখা সমিতি গঠন কৰা হয়। স্থানীয় যুৱক দিপাংকৰ দত্তই আঁত ধৰা এখন সভাত সভাপতিত্ব কৰে বীৰ…

বন বিভাগৰ নাই উপযুক্ত অস্ত্ৰ ! বনৰীয়া হাতীৰ আক্ৰমণত নিহত কৰ্মচাৰী namoniassam.com

তিতাবৰ : মৰিয়নিত বৃহস্পতিবাৰে মাজনিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন বনকৰ্মী নিহত হয়। নিহত বনকৰ্মীজনৰ নাম অতুল কলিতা বুলি জানিব পৰা গৈছে। তেওঁ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মী আছিল।

তিতাবৰৰ ২ ছাত্ৰ নিৰুদ্দেশঃ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি namoniassam.com

তিতাবৰঃ জন্মাষ্টমীৰ দিনাৰে পৰা সন্ধান নাই তিতাবৰৰ নতুন বান্দৰচলিয়াৰ ভূপেন তাঁতী আৰু সুনীল পানীকা নামৰ দুই ছাত্ৰৰ। জন্মাষ্টমীৰ দিনা পুৱাই ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা আজিকোপতি কোনো সন্ধান নাই…

তিতাবৰ বোকাহোলাত পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত namoniassam.com

তিতাবৰঃ নিশা তিতাবৰ বোকাহোলাত সংঘটিত হয় পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বৌদ্ধ ৰাজকুমাৰ ৰায় নামৰ এজন লোক। আহত লোকজনৰ ঘৰ ৰঙাজানত বুলি জানিব পৰা গৈছে ।