Spread the love

ৰাজ্যত বিগত বৰ্ষৰ বাৰিষাৰ বৰষুণে বিভিন্ন অঞ্চল প্লাবিত কৰিছিল । তাৰ সমান্তৰালকৈ আকৌ বছৰৰ দ্বিতীয়টো বানৰ কবলত নলবাৰীৰ উত্তৰ বালি আদি ঠাইত প্লাবিত কৰিছে । উত্তৰ বালিত মৰাপাগলদিয়া নদীৰ ভগ্ন মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী প্লাবিত হৈছে কৃষি ভূমি । বানৰ কৱলত ঘৰ দুৱাৰ ।
পুনৰ দ্বিতীয়টো বানৰ বিভীষিকা । নলবাৰীৰ উত্তৰ বালিত সৃষ্টি হৈছে জলপ্ৰলয়ৰ।
মৰাপাগলদিয়াৰ বাঢ়নি পানীয়ে ঠায়ে ঠায়ে পথ জলমগ্ন হৈছে।
ইফালে পানী সোমাই প্লাৱিত কৰিছে বিস্তীৰ্ণ কৃষি ভূমি ।
বুৰাইছে ঘৰ দুৱাৰ । সমস্যাৰ মাজৰে অতিবাহিত কৰিছে বানপিড়িতই । ইয়াৰ পিছতো খবৰ লৱলৈ আহৰি নাই জনপ্ৰতিনিধিৰ বন্যাৰ্তক ।


Spread the love

By Admin

Leave a Reply

Your email address will not be published. Required fields are marked *